প্ৰদৰ্শিত যন্ত্ৰপাতিবোৰ হল Power Weeder, Power Tiller, 5HP Pump Set আৰু 2HP Electrical Pump Set আদি ৷
এই প্ৰদৰ্শনৰ যোগেদি কৃষক সকলক নিজৰ পচন্দৰ যন্ত্ৰপাতিবোৰ নিৰ্বাচন কৰি লোৱাৰ ব্যৱস্থা কৰিছে MAC কৰতিপক্ষই ৷
এই বিশেষ অনুষ্ঠানত উপস্থিত আছিল- Chairman Sunil Kr Pegu, EM Debaranjan Morang, EM Purushottam Doley, EM Johan Doley. EM Prashanta Bori, EM Malendra Narzary, EM Bhabani Duwarah, EM Indira Kumbang, GM- Raju Pegu, Beauty Pegu, Labanya Mili, OSD- Dr Anil Kumar Pegu আদিয়ে।