মঘাই ওজা বঁটা প্ৰাপ্ত শিল্পী লোকনাথ গোস্বামীৰ জীৱনযাত্ৰাঃ

১৯৫০ চনৰ ২৮ অক্টোবৰ তাৰিখে তেজপুৰত জন্ম হয়। তেওঁ একাধাৰে এগৰাকী প্ৰসিদ্ধ লেখক, কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী। তেখেতৰ দেউতাকৰ নাম চন্দ্ৰকান্ত গোস্বামী, তেওঁ মূৰাৰী সত্ৰৰ সত্ৰাধিকাৰ আৰু … Read More

সু-সাহিত্যিক তীৰ্থনাথ শৰ্মা দেৱৰ জীৱনযাত্ৰাঃ

তেখেতৰ জন্ম হৈছিল ১৯১১ চনৰ ২৩ অক্টোবৰত শিৱসাগৰ জিলাত। তেখেত একাধাৰে সু-সাহিত্যিক, গল্পকাৰ, শিক্ষাবিদ, কবি, সংস্কৃতৰ বিদগ্ধ পণ্ডিত, সমালোচক, জীৱনী লেখক, শিশু সাহিত্যিক, সাংবাদিক আৰু ভাৰতত্ত্ববিদ আছিল তেওঁৰ পিতৃৰ নাম … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Rnewsindia24.com October 25/2022:- 1. চাবুৱাত খহনীয়াগ্রস্ত এলেকা পৰিদৰ্শন কৰিলে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। শীঘ্রেই দুয়োখন চৰকাৰে ৰাজ্যৰ বান সমস্যা আৰু খহনীয়া প্রতিৰোধৰ বাবে গ্রহণ কৰিব নতুন প্রকল্প। ১১০ কোটি টকা … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Rnewsindia24.com October 24/2022 :- 1. লাডাখত সেনা বাহিনীৰ সৈতে দীপাৱলী পালন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেনা জোৱানৰ সৈতে মোদীয়ে একেলগে পৰিৱেশন কৰিলে ‘বন্দে মাতৰম’।   2. ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হ’ল ঋষি … Read More

বেচনত কি ঔষধী গুণ আছে আৰু কি ৰোগত কেনেকৈ ব্যৱহাৰ কৰা হয় জানোঁ আহক ।

বেচন স্বাস্থ্যৰ বাবে অতি উপকাৰি। বেচনক Gram flour, Chickpea flour, Garbanzo flour আদি নামেৰেও জনাজাত। বেচনে বহু বেমাৰ নিৰাময় কৰে। বেচন প্ৰ’টিন, কেলৰি, চৰ্বি, আঁহ, লো, মেগনেছিয়াম, ফচফৰাছ, আইৰণ, পটাছিয়াম, … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Rnewsindia24.com October 24/2022:-  1. উত্তৰ প্ৰদেশৰ অযোধ্যাত ভগৱান শ্ৰীৰামৰ ৰাজ্যভিষেক পৰিৱেশন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীক সংগ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ১৮ লাখ বন্তিৰ পোহৰত উজলিল সৰযুৰ পাৰ। … Read More

অসমৰ ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ, ৰহস্য সাহিত্যিক বসন্ত দাস দেৱৰ জীৱনযাত্ৰা।

  বসন্ত দাসৰ জন্ম হয় ১৯৪০ চনৰ ১৯ অক্টোবৰত কাৰ্বি আংলং জিলাৰ ডিফুৰ শিৱবাৰী ৰোডত। তেখেত একধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু ৰহস্য সাহিত্যিক। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰ-ধাৰাবাহিকৰ কাহিনী … Read More

লাই শাকত কি কি ঔষধী গুণ আছে ?

লাই শাক আমাৰ দেহৰ বাবে অতি উপকাৰী। গাহৰি মাংসৰ লগত লাই শাক মোৰ আটাইতকৈ প্ৰিয়। লাইশাক আপুনি কেচাঁই ছাটনি কৰিও নাইবা ভাজি বা খাৰ দি মাছৰ লগতো খাব পাৰে। জানোঁ … Read More

অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ বাপতিসাহোন কঙালী তথা কাতি বিহুৰ শুভেচ্ছাৰে Rnewsindia24 ।

তুলসী তলৰ আশাৰ বন্তী গছিয়ে প্ৰতিটো অসমীয়া পৰিয়ালক পোহৰেৰে উজ্জ্বলাই তোলক, কৃষক ৰাইজৰ ভৰাঁলসমূহ পথাৰৰ সোণগুটিৰে পৰিপূৰ্ণ হৈ উঠক আৰু সকলোৰে জীৱন সুখ সমৃদ্ধিৰে উপচি পৰক। তাৰে কামনা কৰিলোঁ Rnewsindia24 … Read More

সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা দেৱৰ জীৱনযাত্ৰাঃ

  চন্দ্ৰধৰ বৰুৱাৰ জন্ম হৈছিল ১৮৭৪ চনৰ ১৫ অক্টোবৰত দেৰগাঁওত। তেখেত একাধাৰে নাট্যকাৰ, কবি আৰু গীতিকাৰ আছিল। তেওঁ শিক্ষা জীৱনৰ পাতনি মেলে যোৰহাটত। যোৰহাটত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰাৰ … Read More

অসমীয়া চুটিগল্পৰ জনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জীৱনযাত্ৰা ।

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ১৮৬৪ চনৰ ১৪ অক্টোবৰত ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত লক্ষ্মী পুৰ্ণিমাৰ দিনা। তেখেত একাধাৰে কবি, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধকাৰ, সমালোচক, জীৱনীলেখক আছিল। সাংবাদিকতা জগততো বেজবৰুৱাৰ অৱদান অমূল্য। … Read More

তেতেলীৰ কি কি ঔষধী গুণ আছে আৰু ক’ত, কেনেকৈ তেতেলী ব্যৱহাৰ কৰা হয় ?

তেতেলী আমাৰ স্বাস্থ্যব বাবে উপকাৰী। তেতেলী খালে বহু বেমাৰ নিৰাময় হয়। তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন C, ভিটামিন E, ভিটামিন B , কেলচিয়াম, আইৰণ, ফছফৰাছ, পটাচিয়াম আৰু ডায়েটেৰি ফাইভাৰ , এন্টিঅক্সিডেন্টৰ … Read More