হিন্দু ধৰ্মীয় ৰীতি নীতিৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন।

সমগ্ৰ দেশবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। দীঘলীয়া অপেক্ষাৰ অন্তত আজি পৰম আৰাধ্য প্ৰভু শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত বৈদিক ৰীতি-নীতিৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল। … Read More

অসমীয়া চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা দেৱৰ জীৱনযাত্ৰাঃ

মুনিন বৰুৱা দেৱে জন্ম গ্ৰহন কৰিছিল ১৯৪৭ চনৰ ৫ নৱেম্বৰ তাৰিখে গোলাঘাট জিলাৰ খুমটাইত। তেখেত অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত পৰিচিত। প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, … Read More

পদ্মশ্ৰী হেমা মালিনীৰ জীৱনযাত্ৰাঃ

হেমা মালিনীৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১৬ অক্টোবৰত। তেখেত একাধাৰে এগৰাকী অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ আছিল। তেওঁৰ পিতৃৰ নাম ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃৰ নামজয়া লক্ষ্মী চক্ৰৱৰ্তী। অভিনেতা … Read More

সাহিত্যিক, কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী শ্ৰী মতী গীতালী বৰুৱা

অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী। গীতালী বৰুৱা জন্ম হৈছিল ১৯৬১ চনৰ ১ জুলাই তাৰিখে। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। গীতালী … Read More