অসম সাহিত্য সভাৰ আদৰণি গীতৰ ৰচক মিত্ৰদেৱ মহন্ত দেৱৰ জীৱনযাত্ৰাঃ

“চিৰ চেনেহী মোৰ ভাষা জননী। ধন্যে পুণ্যে হৃত-পাৱনী, আই”। মিত্ৰদেৱ মহন্তৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১৩ জুন তাৰিখে যোৰহাটৰ সৰ্বাইবন্ধাত। তেখেতৰ পিতৃৰ নাম আছিল নিৰঞ্জন দেৱগোস্বামী আৰু মাতৃৰ নাম আছিল … Read More

অসমৰ প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক, ঔপন্যাসিক প্ৰদীপ শইকীয়াৰ জীৱনযাত্ৰাঃ

        ১৯৩৬ চনৰ ১৪ ছেপ্টেম্বৰত যোৰহাট জিলাৰ টীয়কত প্ৰদীপ শইকীয়াৰ জন্ম হয়। পিতৃৰ নাম উমেশ শইকীয়া আৰু মাতৃৰ নাম জানকী প্ৰিয়া শইকীয়া। শিৱসাগৰ জিলাৰ আমগুৰি হাইস্কুলৰ পৰা … Read More

বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, প্ৰাচ্যতত্ত্ববিদ, ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাধিনায়ক মহেশ্বৰ নেওগৰ জীৱন যাত্ৰা ।

মহেশ্বৰ নেওগঃ অসমৰ এগৰাকী বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ, ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাধিনায়ক। তেওঁক বেজবৰুৱা আৰু বাণীকান্ত কাকতিৰ বৌদ্ধিক উত্তৰাধিকাৰী বুলি কোৱা হয়। তেওঁক অসমত শংকৰদেৱ চৰ্চাৰ এক বৃহৎ প্ৰেক্ষাপট … Read More

সাহিত্যিক, গীতিকাৰ, কবি, নাট্যকাৰ, “গীতিকবি” পাৰ্ৱতি প্ৰসাদ বৰুৱা।

“আপুনি যদি আপোনাৰ নিজস্বটো প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে তেনেহ’লে আপোনাৰ আইগৰাকী দুখীয়া নিছলা হ’লেও আই বুলি মাতিবলৈ লাজ পালে নচলিব। আপুনি আমাৰ সকলো বিষয়তে এই নিজৰ ভেটি বিচৰাটোৱেই হৈছে প্ৰথম … Read More

“দ্যা আছাম ট্ৰিবিউন” ৰ জন্মদাতা, “দৈনিক অসম”, “অসম বাণী” ৰ প্ৰতিষ্ঠাতা, সমাজ সংগঠক, ক্ৰীড়া উদ্যোক্তা আধুনিক অসমৰ আৰ্হি নিৰ্মাতা’ ” ‘সিংহপুৰুষ’ ৰাধা গোবিন্দ বৰুৱাঃ

ৰাধা গোবিন্দ বৰুৱাঃ ভাৰত বৰ্ষৰ অন্যতম সংবাদ গোষ্ঠী “দ্যা আছাম ট্ৰিবিউন” ৰ জন্মদাতা, অসমীয়াৰ বুকুৰ আপোন বাতৰি কাকত “দৈনিক অসম“, সাপ্তাহিক বাতৰি কাকত “অসম বাণী” ৰ প্ৰতিষ্ঠাতা, এগৰাকী দূৰদৰ্শী সমাজ সংগঠক … Read More