পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মান লাভ কৰা স্বনামধন্য ব্যক্তি সকল।

২০২৫ বৰ্ষৰ পহিলা মাহত গৌৰৱৰ বাৰ্তা। “পদ্মভূষণ” ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। ২০২৫ বৰ্ষত পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে প্ৰখ্যাত সত্ৰীয়া শিল্পী যতীন গোস্বামীক । “পদ্মশ্ৰী” ভাৰত চৰকাৰে … Read More

ভাৰত গৌৰৱ শ্ৰেষ্ঠতম ব্যৱসায় সম্ৰাট তথা দানবীৰ ৰতন টাটাৰ চমু জীৱনযাত্ৰা।

ভাৰতবৰ্ষৰ অমৃত সন্তান, প্ৰবীণ, দূৰদৰ্শী, প্ৰখ্যাত উদ্যােগপতি ৰতন টাটাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত। ৰতন টাটাৰ ককাক আছিল টাটা গ্ৰুপৰ … Read More

ভাৰতৰ স্বাধীনতা সংগ্ৰামী পদ্মভূষণ পুষ্পলতা দাসৰ জীৱনযাত্ৰাঃ

পুষ্পলতা দাসৰ জন্ম হৈছিল ১৯১৫ চনৰ ২৭ মাৰ্চ তাৰিখে লখিমপুৰ জিলাত । তেখেত এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী আছিল। তেওঁ ১৯৫১ চনৰ পৰা ১৯৬১ চনলৈ … Read More

বিশিষ্ট উদ্ভিদ বিজ্ঞানী অৰ্চনা শৰ্মাৰ জীৱনযাত্ৰাঃ

অৰ্চনা শৰ্মা এগৰাকী ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডিএছচি ডিগ্ৰী লাভ কৰা দ্বিতীয় গৰাকী মহিলা হ’ল অৰ্চনা শৰ্মা। অৰ্চনা শৰ্মাৰ জন্ম হৈছিল … Read More

ভাৰত ৰত্ন নাইটিংগেল লতা মংগেশকাৰৰ জীৱনযাত্ৰাঃ

লতাজীৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত । পিতৃৰ নাম আছিল পণ্ডিত দীননাথ মংগেশকাৰ আৰু মাতৃৰ নাম শ্বেৱন্তী । ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু … Read More

মিছাইল মানৱ, ভাৰত ৰত্ন ড° এ পি জে আব্দুল কালামঃ

Assam July 27 – ড° এ পি জে আব্দুল কালামঃ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিজ্ঞানী, মিছাইল মানৱ, ভাৰত ৰত্ন, হুভাৰ মেডেল, ভন ব্ৰাউন বঁটা, পদ্মভূষণ আৰু পদ্মবিভূষণ উপাধি প্ৰাপ্ত আছিল। তেওঁৰ … Read More

অসমীয়াৰ এখুদ ককাইদেউ, নৱকান্ত বৰুৱাঃ

অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক। ‘এখুদ ককাইদেউ’ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত। তেওঁৰ পিতৃ … Read More

অভিনেতা দিলীপ কুমাৰ।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ। প্ৰকৃত নাম (মহম্মদ ইউচুফ খান । দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত৷ ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ অভিনেতা জনৰ প্ৰথম ছবি … Read More

শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী হংসা জীৱৰাজ মেহতা।

ভাৰতীয় এগৰাকী শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল হংসা জীৱৰাজ মেহতা। ১৮৯৭ চনৰ ৩ জুলাই তাৰিখে বৰোদা ষ্টেটৰ নগৰ ব্ৰাহ্মণ পৰিয়ালত হংসা মেহতাৰ জন্ম হৈছিল। তেওঁ … Read More