ন’বেল বটা প্ৰাপ্ত, মানৱ সেৱাৰ হকে জীৱন উচৰ্গা কৰা ভাৰত ৰত্ন মাদাৰ টেৰেছাৰ জীৱনযাত্ৰা।

“মানুহ স্বার্থপৰ, যুক্তিহীন আৰু অবিবেচক হ’ব পাৰে, তৎসত্ত্বেও তেওঁলোকক ভাল পাই থাকিবা”। মানৱ সেৱাৰ বাবে জীৱন উচৰ্গা কৰা এগৰাকী মহিয়সীৰ নাৰীৰ নাম যি বিশ্বই পাহৰিব নোৱাৰে। যাৰ প্রেম, দয়া আৰু … Read More

ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জীৱন যাত্ৰা ।

অটল বিহাৰী বাজপেয়ীঃ জীৱনৰ অধিকাংশ সময় সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাই থৈ গৈছে। তেখেত ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী আছিল। ভাৰত বৰ্ষৰ উন্নয়নৰ হকে নিস্বাৰ্থ ভাৱে ত্যাগ আৰু সেৱা আগবঢ়াই … Read More

অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈ।

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী, অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তি, যুগদ্ৰষ্টা তথা আধুনিক অসম নিৰ্মাণৰ যুগনায়ক “ভাৰত ৰত্ন” লোকপ্ৰিয় গোপীনাথ বৰদলৈ। প্ৰকৃতাৰ্থত লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমবাসীৰ মনত চিৰসেউজ তথা অনুপ্ৰেৰণাৰ নাম। এই … Read More

মিছাইল মানৱ, ভাৰত ৰত্ন ড° এ পি জে আব্দুল কালামঃ

Assam July 27 – ড° এ পি জে আব্দুল কালামঃ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিজ্ঞানী, মিছাইল মানৱ, ভাৰত ৰত্ন, হুভাৰ মেডেল, ভন ব্ৰাউন বঁটা, পদ্মভূষণ আৰু পদ্মবিভূষণ উপাধি প্ৰাপ্ত আছিল। তেওঁৰ … Read More

ৰাজনীতিবিদ, বৰ্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ নেতা, ন’বেল বঁটা বিজয়ী, জাতীয় মুক্তি সংগ্ৰামৰ মহানায়ক, দক্ষিণ আফ্ৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন নেলছন মেণ্ডেলাৰ জীৱন যাত্ৰাঃ

নেলছন মেণ্ডেলাঃ দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনীতিবিদ, বৰ্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ নেতা, ন’বেল বঁটা বিজয়ী, ভাৰত ৰত্ন উপাধি প্ৰাপ্ত, জাতীয় মুক্তি সংগ্ৰামৰ মহানায়ক, দক্ষিণ আফ্ৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি, ২৭ বছৰীয়া কাৰাবন্দী জীৱন কটোৱা … Read More

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ড° বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলী।

ভাৰতত প্ৰতিবছৰে জুলাই মাহৰ ১ তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। এই দিনটো চিকিৎসক সকলৰ কাৰণে এটা বিশেষ দিন। চিকিৎসক সকল ভগৱানৰ দ্বিতীয় ৰূপ। ভগৱানৰ পিচতেই সাধাৰণ লোকৰ বিশ্বাসৰ … Read More

ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি “বৰাহগিৰি বেংকটগিৰি” ।

১৯৮০ চনৰ ২৪ জুন অৰ্থাৎ আজিৰ দিনটোতে ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি “বৰাহগিৰি বেংকটগিৰি” ৰ মৃত্যু হৈছিল। তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপেও কৰ্মৰত আছিল। তেওঁ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ … Read More