বিশিষ্ট সমাজ সংস্কাৰক, ১০১ বছৰ গৰকা মিচিং বাঃনৗ কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ জীৱনযাত্ৰাঃ

  শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ জন্ম হৈছিল ১৮৮৫ চনৰ ১০ জুন তাৰিখে সত্ৰ নগৰী মাজুলীত। গোস্বামী দেৱ একাধাৰে সমাজ সংস্কাৰক, ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, সু-সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ, ৰাজনীতিবিদ আৰু অসমৰ … Read More

হিন্দু ধৰ্মীয় ৰীতি নীতিৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন।

সমগ্ৰ দেশবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। দীঘলীয়া অপেক্ষাৰ অন্তত আজি পৰম আৰাধ্য প্ৰভু শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত বৈদিক ৰীতি-নীতিৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল। … Read More

স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী ভাৰত-ৰত্ন মৌলানা আবুল কালাম আজাদৰ জীৱনযাত্ৰাঃ

মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল ১৮৮৮ চনৰ ১১ নৱেম্বৰত মক্কাত। তেখেত এগৰাকী ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিবিদ আছিল। বিশেষকৈ মৌলানা আবুল কালাম আজাদ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল। তেওঁৰ পিতৃৰ … Read More

ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী “ভাৰত ৰত্ন” জাৱহৰলাল নেহৰুৰ জীৱনযাত্ৰা।

  জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নবেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ এলাহাবাদত। তেওঁ আছিল একেধাৰে ভাৰতৰ ৰাজনীতিবিদ, চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী। প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ … Read More

পদ্মশ্ৰী হেমা মালিনীৰ জীৱনযাত্ৰাঃ

হেমা মালিনীৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১৬ অক্টোবৰত। তেখেত একাধাৰে এগৰাকী অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ আছিল। তেওঁৰ পিতৃৰ নাম ভি.এচ.আৰ. চক্ৰৱৰ্তী আৰু মাতৃৰ নামজয়া লক্ষ্মী চক্ৰৱৰ্তী। অভিনেতা … Read More

শিক্ষক দিৱস, বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন যাত্ৰা ।

আজি শিক্ষক দিৱস অৰ্থাৎ ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিন। ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ একাধাৰে শিক্ষাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ আছিল। তেখেতৰ জন্মদিনটো সমগ্ৰ ভৰতবৰ্ষই “শিক্ষক দিৱস” হিচাপে আৰু শিক্ষক সকলৰ সন্মানাৰ্থে এই দিৱস … Read More

ৰাজনীতিবিদ, বৰ্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ নেতা, ন’বেল বঁটা বিজয়ী, জাতীয় মুক্তি সংগ্ৰামৰ মহানায়ক, দক্ষিণ আফ্ৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰত ৰত্ন নেলছন মেণ্ডেলাৰ জীৱন যাত্ৰাঃ

নেলছন মেণ্ডেলাঃ দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনীতিবিদ, বৰ্ণবৈষম্যবাদ বিৰোধী আন্দোলনৰ নেতা, ন’বেল বঁটা বিজয়ী, ভাৰত ৰত্ন উপাধি প্ৰাপ্ত, জাতীয় মুক্তি সংগ্ৰামৰ মহানায়ক, দক্ষিণ আফ্ৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি, ২৭ বছৰীয়া কাৰাবন্দী জীৱন কটোৱা … Read More