খেজুৰ খালে কি কি উপকাৰ হয় ? খেজুৰত কি কি ঔষধি গুণ আছে ?
খেজুৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। খেজুৰে বহু বেমাৰ নিৰাময় কৰে। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। খেজুৰৰ বৈজ্ঞানিক নাম Phoenix dactylifera. খেজুৰত থাকে ভিটামিন এ, ভিটামিন … Read More