ছাল আৰু চুলিৰ সৌন্দৰ্য বঢ়াবলৈ খাওঁক এইবিধ পাচলি।

Spread the love

ভেন্দি অত্যন্ত পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন।

ভেন্দিৰ ইংৰাজী প্ৰতিশব্দ হৈছে Ladies finger.

ভেন্দিত ডায়েটেৰী ফাইবাৰ, কাৰ্বোহাইড্ৰেট, প্ৰটিন, প’টেচিয়াম, চ’ডিয়াম, মেগনেচিয়াম, কেলচিয়াম, আইৰণ, জিংক,মেংগানিজ, ফচফ’ৰাচ, ভিটামিন বি৬, ভিটামিন বি১২, ভিটামিন এ, ভিটামিন ডি আৰু ভিটামিন ই আদিৰে ভৰপূৰ।

 

জানো আহক ভেন্দিৰ উপকাৰিতাৰ বিষয়েঃ

1.ওজন নিয়ন্ত্ৰণ কৰাত ভেন্দি অতি উপকাৰি।

2. ডায়েবেটিছ ৰোগীৰ বাবে ভেন্দি উপকাৰি।

3. ভেণ্ডিয়ে তেজত লোহিত ৰক্ত কণিকা বৃদ্ধি কৰাত সহায় কৰে।

4. ভেন্দিয়ে হজম শক্তি বঢ়ায়।

5. ভেন্দিয়ে দৃষ্টি শক্তি বঢ়ায় ৷

6. ভেন্দিয়ে উফি আতৰায় আৰু চুলিৰ উজ্বলতা বঢ়াই।

7. ভেন্দিত থকা ভিটামিন চি য়ে ছালৰ উজ্বলতা বঢ়ায় ৷

8. ভেন্দিয়ে হাপানি ৰোগ কম কৰাত সহায়ক ৷

9. ভেন্দিত ভিটামিন কে থাকে বাবে হাড় শক্তিশালী কৰে আৰু তেজ গোট মৰা ক্ৰিয়া নিয়ন্ত্ৰণত ৰাখে ৷

10. ভেন্দিয়ে কলোনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ৷

11. ভেন্দিয়ে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় আৰু শ্বাসকষ্ট প্রতিৰোধ কৰে।

12. ভেন্দিত কেৰোটিন, ভিটামিন এ, এন্টিঅক্সিডেন্ট, লিউটিন থাকে বাবে চকুৰ গ্লুকোমা, চকুৰ ছানি প্রতিৰোধত সহায় কৰে।

13. ভেন্দিয়ে বিষণ্ণতা, দুর্বলতা আৰু অৱসাদ দূৰ কৰাত সহায় কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

গতিকে, আহক আজিৰ পৰা ভেন্দি খাই শৰীৰটো ভালে ৰাখো।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *