Mising Autonomous Council .
কেপচিকাম আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
কেপচিকাম খালে শৰীৰৰ বহু বেমাৰ নাশ কৰে।
আপুনি বাৰু কেপচিকাম খায় নে ?
কেপচিকাম চৰ্বি, প্ৰ’টিন, ভিটামিন এ, বিটা কেৰ’টিন, লিউটিন, জিয়াজেন্থিন, ভিটামিন বি১, বি২, বি৩, বি৫, বি৬, বি৯, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, ছ’ডিয়াম, জিংক আদি পুষ্টিতত্বৰে ভৰপূৰ।
জানো আহক কেপচিকামৰ কি কি ঔষধী গুণ আছেঃ
1. হৃদৰোগ, কৰ্কট ৰোগ, ডায়েবেটিজ আৰু স্নায়ুৰোগত
কেপচিকাম খালে সুফল পোৱা যায়।
2. ছাল আৰু চুলিৰ বাবে কেপচিকাম অতি উপকাৰি।
3. কেপচিকাম খালে চকুৰ দৃষ্টিশক্তি বঢ়ায়৷
4. কেপচিকাম হাঁড়ৰ বাবেও অতি উপকাৰি।
5. কেপচিকামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে ।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে কেপচিকাম খাওঁক আৰু নিৰোগী হৈ থাকক।
Mising Autonomous Council .
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24