Mising Autonomous Council .
মেথি গুটি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
মেথি গুটি খালে দেহৰ বহু বেমাৰ নাশ হয়।
মেথি গুটিৰ ইমানেই ঔষধী গুণ আছে, আপুনি শুনিলে আচৰিত হব।
মেথি গুটিত আয়ৰণ, পটাছিয়াম, কেলচিয়াম, ছেলেনিয়াম, কপাৰ, জিংক, মেংগানিজ, মেগনেছিয়াম, থিয়ামিন, ফলিক এচিড, ৰাইব’ফ্লডিন প্রি’ডক্সিন, নিয়াচিন, ভিটামিন এ আৰু ভিটামিন চি আদি পুষ্টিতত্বৰে ভৰপূৰ।
জানো আহক মেথি গুটিৰ উপকাৰীতাঃ
1. পেটৰ অসুখ গ্ৰহণী, শৌচ, বদহজমি আদিত মেথি গুটি খালে উপশম ঘটায়৷
2. কলোন, প্ৰষ্টেট, কৰ্কটৰোগ, প্ৰতিৰোধক, শ্বাসৰোগ, হাপানীৰ আদি বেমাৰত মেথি গুটি অতি উপকাৰী।
3. গাৰ বিষ, বাত বিষ, ডিঙি বিষ, কাহ আদি বেমাৰত মেথি গুটি খালে সুফল পোৱা যায় ।
4. চুলিৰ বাবে মেথি গুটি অতি উত্তম।
5. মধুমেহ বেমাৰত মেথি গুটি খালে ভাল হয়।
6. মেথি গুটি খোৱা লগে লগে নিয়মিতভাৱে খোজকঁঢ়া আৰু লঘু ব্যায়াম কৰাটো অতি দৰকাৰী।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে মেথি গুটি খাওঁক আৰু নিৰোগী হৈ থাকক।
Mising Autonomous Council .
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
কাংকান কায়োমৰ প্ৰতিবেদন Rnewsindia24.com