লিভাৰৰ সমস্যাত ভুগিছে নেকি ?

Spread the love
Mising Autonomous Council
Mising Autonomous Council .

আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ হৈছে লিভাৰ।
লিভাৰে আমাৰ শৰীৰৰ চৰ্বি সমূহ নিয়ন্ত্ৰন কৰে।
লিভাৰে আমাৰ হজম শক্তিত প্ৰধান ভুমিকা পালন কৰে।
ইয়াৰোপৰি আমাৰ দেহৰ যিসমূহ ৰাসায়নিক উপাদান সেই সমূহো লিভাৰেই নিয়ন্ত্ৰন কৰে।
লিভাৰ বেয়া হলে সেউজীয়া শাক পাচলি খাব লাগে।

কেইটামান ঘৰুৱা উপায়েৰে আমাৰ লিভাৰটো সুস্থ কৰি ৰাখো আহকঃ

ক) ৰাতিপুৱা গধূলি গ্ৰীণ-টি সেৱন কৰিলে লিভাৰ সুস্থ থাকে।

খ) কেৰেলা ৰস ফেটী লিভাৰৰ বাবে বৰ উপকাৰি।

গ) দৈনিক কাজু বাদাম সেৱন কৰিলে লিভাৰ সুস্থ থাকে।

ঘ) অমৰলতা লিভাৰৰ বাবে অতি উপকাৰি।
অমৰলতা খালে লিভাৰৰ দূৰ্বলতা সমূহ নাইকিয়া কৰে।

ঙ) চজিনা লিভাৰৰ বাবে অতি উত্তম।

চ) লিভাৰ বেয়া হলে নহৰু, আপেল, বাদাম, আঙুৰ, ব্ৰকলি খাব লাগে।

গতিকে, আপুনি যদি লিভাৰৰ সমস্যাত ভুগি আছে অতিশীঘ্ৰে এইকেইটা ঘৰুৱা উপায় গ্ৰহন কৰক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদ ।

আপুনি যদি লিখনিটো পঢ়ি উপকৃত হল তেন্তে চেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আপোনালোকৰ উৎসাহ, প্ৰেৰণাই আমাক অধিক কর্মস্পৃহা যোগায়।
ধন্যবাদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *