Mising Autonomous Council

Kapé MAC

Spread the love

Mising Handloom Expo

মিচিং হস্ত্ৰতাঁত বস্ত্ৰমেলা ২০২৪।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ০৪/১২/২০২৪ তাৰিখৰ পৰা ডিব্ৰুগড় বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫ দিনীয়াকৈ “পঞ্চদশ মিচিং হস্ত্ৰতাঁত বস্ত্ৰমেলা ২০২৪” অনুষ্ঠিত কৰে।

হস্ত্ৰতাঁত বস্ত্ৰমেলা ক্ষেত্ৰ উন্মোচন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে।Mising Autonomous Council

মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি বস্ত্ৰমেলা শুভ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

Mising Autonomous Council

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে – বিজু পেগু, জহান দলে, ইন্দিৰা কুম্বাং, ভৱানী দুৱৰা, প্ৰশান্ত বড়ি, সাধাৰণ সদস্য-সদস্যা ক্ৰমে বানিকান্ত দলে, অনিল পায়েং, লাবণ্য মিলি, নিভা পেগু মিলি, MBK সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, MAK ৰ সম্পাদক সোমেশ্বৰ কপ্তাক, MMK TMMK TMPK ৰ বিষয়ববীয়া।

তৃতীয় দিনা মেলাত অংশগ্ৰহণ কৰা উদ্যোগী শিপিনী সকলৰ সৈতে এখনি বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে ।

Mising Handloom Expo

অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে হস্ত্ৰতাঁত বস্ত্ৰ শিল্পৰ বিশেষজ্ঞ তথা গোগামুখ স্থিত RLRC ৰ সঞ্চালক চত্ৰ মেদক।

Mising Autonomous Council

ডিব্ৰুগড় হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ চক্ৰ পৰিদৰ্শক পল্লৱ শইকীয়া।

উপস্থিত থাকে বিভাগীয় কাৰ্য্যবাহী সদস্যা ইন্দিৰা কুম্বাং, কাৰ্য্যবাহী সদস্য প্ৰশান্ত বড়ি, সাধাৰণ সদস্যা নিভা পেগু মিলি, পৰিষদৰ বিভাগীয় সহায়ক উত্তম পগাগ আৰু অন্যান্য বিষয়া কৰ্মচাৰী সকল।

Mising Autonomous Council

অন্তিম দিনা উদ্যোগী শিপিনী সকলৰ সৈতে অনুষ্ঠিত কৰা আলোচন চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিপিনী সকলৰ সৈতে মত বিনিময় কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।Mising Autonomous Council

লগতে, অনাগত দিনত পৰিষদৰ হস্ত্ৰতাঁত বস্ত্ৰ বিভাগে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্য্যসূচীৰ বিষয়ে শিপিনী সকলক অৱগত কৰে।

Mising Autonomous Council

উপস্থিত থাকে বিভাগীয় কাৰ্য্যবাহী সদস্যা ইন্দিৰা কুম্বাং, কাৰ্য্যবাহী সদস্য প্ৰশান্ত বড়ি, কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, TMPK ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান পাংগিং আৰু জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া।

Mising Autonomous Council

আনহাতে, সামৰণি অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, উপাধ্যক্ষ যগেশ্বৰ কুটুম, কাৰ্য্যবাহী সদস্যাদ্বয় ইন্দিৰা কুম্বাং, ভৱানী দুৱৰা, কাৰ্য্যবাহী সদস্যদ্বয় জহান দলে, প্ৰশান্ত কুমাৰ বড়ি, সাধাৰণ সদস্যা নিভা পেগু মিলি আৰু জাতীয় সংগঠনৰ বিভিন্ন বিষয়ববীয়া।

Mising Autonomous Council

Mising Autonomous Council

আপুনি আপোনাৰ বহুমূলীয়া তথা মূল্যবান সময় খৰচ কৰি আমাৰ প্ৰতিবেদনটি পঢ়াৰ বাবে Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

Mising Autonomous Council

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *