কাঠ আলু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
কাঠ আলু খালে দেহৰ বহু বেমাৰ নাশ হয়।
কাঠ আলুত প্ৰটিন, কেলচিয়াম, ভিটামিন এ, ডায়েটেৰী ফাইবাৰ আদিৰে ভৰপূৰ।
আপুনি কাঠ আলু খায় নে ?
জানো আহক কাঠ আলুত কি কি ঔষধী গুণ আছে-
১/ কাঠ আলু খালে দেহত শক্তি বৃদ্ধি হয়।
২/ কাঠ আলু খালে কোষ্ঠ্যকাঠিন্য দূৰ হয়।
৩/ কাঠ আলু খালে তেজত থকা ইনচুলিন হৰম’নৰ মাত্ৰাত কোনো প্ৰভাৱ নপৰে।
৪/ কাঠ আলু খালে গাঠীৰ বিষ, মাংস পেশীৰ বিষত সুফল পোৱা যায়।
৫/ কাঠ আলু খালে দেহৰ অতিৰিক্ত ওজন হ্ৰাস পাই।
৬/ কাঠ আলু খালে আমাৰ ছাল মসৃন হয়।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে কাঠ আলু খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
আপুনি যদি লিখনিটো পঢ়ি ভাল পালে তেন্তে চেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ উৎসাহ, প্ৰেৰণাই আমাক অধিক কর্মস্পৃহা যোগায়।
ধন্যবাদ।
Mising Autonomous Council .
News Editor Sangita Dutta R News India 24