চিৰাৰ ঔষধী গুণ আৰু উপকাৰীতা।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com

অসমীয়া জলপান সমূহ বিভিন্ন পুষ্টিতত্ব গুণেৰে ভৰপূৰ।
চিৰাত যথেষ্ট পৰিমানে ভিটামিন, প্ৰটিন, কেলচিয়াম আদিৰে ভৰপূৰ।

আপুনি বাৰু পুৱাৰ জলপান ভাগত চিৰা খায় নেকি?

জানো আহক চিৰাৰ ঔষধী গুণ সমূহঃ

ক) চিৰাই শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে।

খ) চিৰাই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।

গ) চিৰাত যথেষ্ট পৰিমানে কাৰ্বহাইড্ৰেট থাকে বাবে শৰীৰক শক্তি প্ৰদান কৰে।

ঘ) চিৰাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

ঙ) চিৰাই শৰীৰত পুষ্টি যোগান ধৰে।

গতিকে আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে চিৰা খাওঁক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

লেখনিটো পঢ়ি কেনেকুৱা পালে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব ।

ধন্যবাদ।

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *