ৰাজ্যৰ উপায়ুক্ত সকললৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ৬ টা নিৰ্দেশনা ।

Spread the love

Rnewsindia24.com 

১/ মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে অনুষ্ঠান আয়োজকে আৰম্ভ কৰিব লাগিব বন্তি প্ৰজ্বলন অনুষ্ঠান।

২/ মুখ্যমন্ত্ৰীক গামোচা, ফুল আদিৰে সম্বৰ্ধনা বন্ধ কৰাৰ নিৰ্দেশ।
ঘোষক বা ঘোষিকাৰ বাহিৰে কোনেও আগবঢ়াব নোৱাৰিব শলাগৰ শৰাই।

৩/ য’ত মুখ্যমন্ত্ৰীয়ে নিশা বাহৰ পাতে, ইয়াৰ দ্বিতীয় দিনৰ অনুষ্ঠান বৃক্ষ ৰোপনেৰে আৰম্ভ কৰা হ’ব।

৪/ মাটিৰ কাপত চাহ দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
কাচৰ বটলত খোৱাপানী যোগান ধৰিব লাগিব।
এবাৰ ব্যৱহাৰযোগ্য লপানী বটল লবৰ্জনৰ নিৰ্দেশ।

৫/ অনুষ্ঠানত দুপৰীয়া আৰু নিশাৰ আহাৰ হ’ব লাগিব নিৰামিষ।
অসমীয়া আৰু থলুৱা জনগোষ্ঠীয় খাদ্য যোগানৰ নিৰ্দেশ।

৬/ মুখ্যমন্ত্ৰী উপস্থিত থাকিবলগীয়া চৰকাৰী অনুষ্ঠানত উপায়ুক্তসকলে মানিব লাগিব এই নিৰ্দেশনা।

Leave a Reply

Your email address will not be published. Required fields are marked *