Tani FM সম্প্ৰচাৰ শুভাৰম্ভণি ।

® Rural Enterprise ৰ অধীনত নিৰ্মাণ কৰা Tani FM Online Radio App ত সম্প্ৰচাৰ শুভাৰম্ভণি। Rural Enterprise আৰু Tani FM কৰ্তৃপক্ষই এক সংবাদ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে, অসমৰ খিলঞ্জীয়া … Read More

অভিভাৱকত্ব কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষ সম্বৰ্ধনা অনুষ্ঠান।

১৪ মে ২০২৫ তাৰিখে ধেমাজিৰ কাড়িচুকস্থিত মিচিং আগম কৌবাঙৰ সভাকক্ষত অভিভাৱকত্ব শিক্ষা অধ্যয়ন চক্ৰ, ধেমাজিৰ উদ্যোগত বিশেষ সম্বৰ্ধনা আৰু মতবিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানটিৰ কেন্দ্ৰবিন্দু আছিল- অভিভাৱকসকলৰ পৰিপক্ক সহায় আৰু … Read More

শিশুৰ সুৰক্ষা – নিৰাপত্তা আৰু পকছো আইন ২০১২ বিষয়ক ৱেবিনাৰ।

  সদৌ অসম ডায়েট বিষয়া সন্থাৰ উদ্যোগত ২৮ এপ্ৰিল ২০২৫ তাৰিখে সন্ধিয়া ৭:৩০ বজাৰ পৰা ৮:৩০ বজালৈ “বিদ্যালয়সমূহত শিশুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা আৰু পক্‌ছো আইন ২০১২” বিষয়ক এখন গুৰুত্বপূর্ণ ৱেবিনাৰ … Read More

গোগামুখ বাসীৰ লগতে গোগামুখৰ পৰা বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা বাছযাত্ৰী সকলৰ বাবে সু-খবৰ।

গোগামুখৰ পৰা বাছ যোগে বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সদৌ ধেমাজি জিলা যাত্ৰীবাহী বাহন মালিক সন্থাৰ বিশেষ পদক্ষেপ। সদৌ অসম মটৰ পৰিবহণ সন্থাৰ পঞ্জীয়ন নং ৩/১৯৬৩ … Read More

লখিমপুৰ জিলাত কুমাৰ সম্প্ৰদায়ৰ কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্দ্ধনা সভা।

আজি সদৌ অসম কুমাৰ সন্মিলন, লখিমপুৰ জিলা কুমাৰ সন্মিলনৰ সৌজন্যত পশ্চিম তেলাহী গাঁৱ পঞ্চায়তৰ অন্তৰ্গত আজাৰগুৰি হৰি মন্দিৰত কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয়। এটি বৰগীতেৰে মুকলি সভা … Read More

“সাতবিহুৰ তাৎপৰ্য”

অসমীয়াৰ হেঁপাহৰ বাপতিসাহোন ৰঙালী বিহু অথবা ব’হাগ বিহু সাতদিনীয়াকৈ উদযাপন কৰা হয়। সাতবিহুৰ প্ৰতিটো দিনৰে সুকীয়া নাম আৰু তাৎপৰ্য আছে। এই সাতবিহু হ’ল – গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু … Read More

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam 2 April 2024:- ১/ ৰাষ্ট্ৰপতি ভৱনত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় অসমীয়া ছবি “মিনি”। নতুন দিল্লীত অসমীয়া ছবি ‘মিনি’ উপভোগ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে। ২/ দেৱভূমি উত্তৰাখণ্ডত নিৰ্বাচনী … Read More

“নবাবী বিৰিয়ানি”

Rnewsindia24.com বিৰিয়ানিৰ বাবে বিখ্যাত এটি হোটেল। এইবাৰ অসমত উপলব্ধ হায়দৰাবাদী বিৰিয়ানি। অসমৰ এখন হোটেলত অতি ক’ম মূল্যতে উপলব্ধ হৈছে “নবাবী বিৰিয়ানি”। ইতিমধ্যে শ্বাহি বিৰিয়ানিৰ সুঘ্ৰাণে মোহিত কৰি তুলিছে মধ্য অসম। … Read More

মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক বনভোজস্থলী আপোনাৰ বাবে ।

  গুৱাহাটী মহানগৰীৰ ভি. আই. পি পথৰ পৰা মাত্ৰ ১৪ কি.মি. দূৰত্বত এক নতুন বনভোজস্থলী নিৰ্মাণ কৰা হৈছে। নিভাঁজ গাৱলীয়া পৰিৱেশৰ মাজত অৱস্থিত ঠাই খনৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলোৰে মন মোহিত … Read More

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকল।

Rnewsindia24.com Assam    ক) “অসম বৈভৱ” বঁটা – উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ‘ৰঞ্জন গগৈ‘।   খ) “অসম সৌৰভ” বঁটা – ১/ ধিং এক্সপ্ৰেছ হিমা দাস । ২/ ডঃ কিষাণ … Read More

সামৰণি পৰিল আঘোণৰ ব্যস্ততা।

Rnewsindia24.com   বছৰটোৰ বাৰটা মাহৰ ভিতৰত অন্যতম মাহ আঘোণ। কৃষকৰ সপোন পূৰণ কৰা মাহটোৱেই হ’ল আঘোণ মাহ। লখিমী অনা, লখিমী আদৰা, ন-খোৱা ইত্যাদি উৎসৱ আঘোণ মাহতেই কৰা হয়। বিশেষকৈ আঘোণ … Read More

২০২৩ বৰ্ষৰ নোবেল বঁটা লাভ কৰা মহান ব্যক্তিসকলঃ-

Rnewsindia24.com Assam   ■ মাৰ্কিন অৰ্থনীতিবিদ ক্ল’ডিয়া গ’ল্ডিনলে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে।   ■ ইৰাণৰ নাৰ্গিছ মহম্মদীয়ে ২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা লাভ কৰে।   ■ নৰৱেৰ … Read More