ডক্টৰেট সন্মান জ্যেষ্ঠ প্ৰৱক্তা ইন্দ্ৰজিৎ গামলৈ।

ধেমাজি জিলাৰ লগতে সমগ্ৰ অসমৰ বাবে গৌৰৱান্বিত বাৰ্তা। ডায়েট ধেমাজিৰ জ্যেষ্ঠ প্ৰৱক্তা ইন্দ্ৰজিৎ গামক সুদীৰ্ঘ কাল সমাজসেৱা আৰু জনকল্যাণমূলক ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ২৫ এপ্ৰিল ২০২৬ তাৰিখে দিল্লীত … Read More

শিশুৰ সুৰক্ষা – নিৰাপত্তা আৰু পকছো আইন ২০১২ বিষয়ক ৱেবিনাৰ।

  সদৌ অসম ডায়েট বিষয়া সন্থাৰ উদ্যোগত ২৮ এপ্ৰিল ২০২৫ তাৰিখে সন্ধিয়া ৭:৩০ বজাৰ পৰা ৮:৩০ বজালৈ “বিদ্যালয়সমূহত শিশুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা আৰু পক্‌ছো আইন ২০১২” বিষয়ক এখন গুৰুত্বপূর্ণ ৱেবিনাৰ … Read More

সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন।

সদৌ অসম ডায়েট বিষয়া সন্থাৰ বাৰ্ষিক অধিৱেশনখনি ২৩/১/২০২৩ তাৰিখে গুৱাহাটীৰ খানাপাৰাস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়। অৰ্ধশতাধিক সদস্য উপস্থিত থকা অধিৱেশনখনিত সন্থাৰ সংবিধান সংশোধনীকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ … Read More