ডক্টৰেট সন্মান জ্যেষ্ঠ প্ৰৱক্তা ইন্দ্ৰজিৎ গামলৈ।

ধেমাজি জিলাৰ লগতে সমগ্ৰ অসমৰ বাবে গৌৰৱান্বিত বাৰ্তা। ডায়েট ধেমাজিৰ জ্যেষ্ঠ প্ৰৱক্তা ইন্দ্ৰজিৎ গামক সুদীৰ্ঘ কাল সমাজসেৱা আৰু জনকল্যাণমূলক ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ২৫ এপ্ৰিল ২০২৬ তাৰিখে দিল্লীত … Read More