প্ৰথম অসমীয়া মুখ্য বন সংৰক্ষক বিষয়া মহীচন্দ্ৰ মিৰিৰ চমু জীৱনযাত্ৰা।

■ ২১ জুলাই ২০২৫ অসমৰ জাতীয় জীৱনৰ এক অবিস্মৰণীয় সত্তা মহীচন্দ্ৰ মিৰিৰ জন্ম হৈছিল ১৯০২ চনৰ ২১ জুলাই তাৰিখে ঢকুৱাখনাৰ খেৰকটা নদীৰ পাৰত অৱস্থিত আলিমূৰ মিচিং গাঁৱত। তেওঁৰ দেউতাকৰ নাম … Read More

অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰ।

অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰে অসমবাসীৰ বাবে কি কি কৰিলে। যশস্বী ৰাজনীতিবিদ, সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী, অসমৰ অষ্টম গৰাকী মুখ্যমন্ত্ৰী আছিল চৈয়দা আনোৱাৰা টাইমূৰ। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ … Read More

পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ চমু জীৱনযাত্ৰা।

    বিশিষ্ট অসমীয়া উদ্যোগপতি তথা অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ ডিগ্ৰী লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথম গৰাকী ব্যক্তি আছিল পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। … Read More

অসমীয়া নাৰী সমাজৰ পথ প্ৰদৰ্শক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ চমু জীৱনযাত্ৰা

    যুগে যুগে সমাজত স্ব-নাম আৰু স্ব-জাতিৰ বাবে নাম উজ্বলোৱা বহু কৃতবিদ্য পুৰোধাৰ জন্ম হয়৷ তেনে এগৰাকী মহীয়সী নাৰী আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী। তেওঁ অসমৰ জাতীয় জীৱনৰ এগৰাকী বিদুষী নাৰীসত্তা, … Read More

কামৰূপী লোকগীতৰ মুকুট বিহীন সম্ৰাট ৰামেশ্বৰ পাঠকৰ চমু জীৱনযাত্ৰা।

আজি কামৰূপী লোকগীতৰ মুকুট বিহীন সম্ৰাট ৰামেশ্বৰ পাঠকৰ জন্মতিথি। অসমীয়া জাতিটোক সুললিত কণ্ঠেৰে দশক দশকজুৰি সমৃদ্ধ কৰিছিল ৰামেশ্বৰ পাঠকে। অসমৰ লোকজীৱনৰ জীৱনশৈলী আৰু মাটিৰ সুৰক প্ৰতিগৰাকী অসমীয়াৰ বুকুলৈ বোৱাই লৈ … Read More

ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ তথা প্ৰণেতা, ভাৰত ৰত্ন ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ চমু জীৱনযাত্ৰা।

  ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ তথা প্ৰণেতা, বৰেণ্য ৰাজনীতিবিদ, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, সংস্কাৰক, প্ৰখ্যাত লেখক ভাৰত ৰত্ন ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্ম হৈছিল ১৮৯১ চনৰ ১৪ এপ্ৰিল তাৰিখে অবিভক্ত বোম্বাই প্ৰদেশৰ … Read More

কৃষি এৰি চাৰমিনাৰ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচেৰে চিত্ৰ শিল্পলৈ যাত্ৰা ।

ভাৰতৰ যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ চমু জীৱনযাত্ৰা এগৰাকী সহজ-সৰল মনৰ নিভাঁজ অসমীয়া আছিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা। চিত্ৰশিল্পী বৰুৱাই শিল্পকলাৰ মাধ্যমেৰে অসমৰ সমাজ জীৱনক নতুন ৰঙেৰে সমৃদ্ধ কৰি থৈ গৈছে। … Read More

ভাৰত গৌৰৱ শ্ৰেষ্ঠতম ব্যৱসায় সম্ৰাট তথা দানবীৰ ৰতন টাটাৰ চমু জীৱনযাত্ৰা।

ভাৰতবৰ্ষৰ অমৃত সন্তান, প্ৰবীণ, দূৰদৰ্শী, প্ৰখ্যাত উদ্যােগপতি ৰতন টাটাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত। ৰতন টাটাৰ ককাক আছিল টাটা গ্ৰুপৰ … Read More

বিশিষ্ট সমাজ সংস্কাৰক, ১০১ বছৰ গৰকা মিচিং বাঃনৗ কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ জীৱনযাত্ৰাঃ

  শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱৰ জন্ম হৈছিল ১৮৮৫ চনৰ ১০ জুন তাৰিখে সত্ৰ নগৰী মাজুলীত। গোস্বামী দেৱ একাধাৰে সমাজ সংস্কাৰক, ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, সু-সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ, ৰাজনীতিবিদ আৰু অসমৰ … Read More

শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ চমু জীৱনযাত্ৰা।

  নৱ-বৈষ্ণৱ ধৰ্মৰ এগৰাকী অন্যতম সেৱক তথা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য আছিল শ্ৰী শ্ৰী বদলা পদ্ম আতা। তেওঁ উজনি অসমত শংকৰী ধৰ্ম-কলা-সংস্কৃতি প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল। সেই বাবে … Read More

প্ৰথমগৰাকী শিখধৰ্মালম্বী ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ জীৱনযাত্ৰা।

  জেইল সিং জন্ম হৈছিল ১৯১৬ চনৰ ৫ মে’ত ফৰিডকোট জিলাৰ সান্ধৱানত। জন্মতে তেওঁৰ নাম আছিল জাৰনাইল সিং, যাৰ অৰ্থ আছিল জেনেৰেল। তেওঁ এগৰাকী শিখ ধৰ্মালম্বীৰ ব্যক্তি। জেইল সিঙৰ পিতৃৰ … Read More

গণিতজ্ঞ, ৰয়েল চছাইটিৰ ফেলোশ্বিপ সন্মান প্ৰাপ্ত প্ৰথম গৰাকী ভাৰতীয় শ্ৰী নিবাস ৰামানুজনৰ জীৱনযাত্ৰাঃ

ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম হৈছিল ১৮৮৭ চনৰ ২২ ডিচেম্বৰত দক্ষিণ ভাৰতৰ তাঞ্জোৰ জিলাৰ আৰোপ চহৰৰ এটা দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত। ৰামানুজনৰ সম্পূৰ্ণ নাম শ্ৰী নিবাস ৰামানুজন আয়‍্যাংগাৰ আছিল। তেখেতে প্ৰাৰ্থমিক … Read More