অসমবাসীৰ বাবে গৌৰৱান্বিত খবৰ।

  ২০২৫ বৰ্ষৰ ১ মে’ পৰা ৪ মে’ তাৰিখলৈকে মহাৰাষ্ট্ৰৰ কপাৰখাৰ্নেত চাৰিদিনিয়াকৈ ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু মহাৰাষ্ট্ৰ পেন্‌চাক চিলাট এছ’চিয়েশ্বনৰ সহযোগত অনুষ্ঠিত হোৱা আস্মিতা “ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন … Read More

ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ ১১ টা পদক জয়।

ৰাজ্যবাসীৰ বাবে সু-খবৰ। ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ ১১ টা পদক জয়। ছট্টিছগড়ৰৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়ামত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত যোৱা ৯ … Read More

“অসম” সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান।

ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ খেলুৱৈৰ বিশেষ সফলতা । যোৱা ৫ তাৰিখৰ পৰা ৮ এপ্ৰিল তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আস্মিতা … Read More

আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেনচাক চিলাট লীগ।

অহা ৯ ৰ পৰা ১২ এপ্ৰিল তাৰিখে চট্টিছগড়ৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ … Read More

অসমবাসীৰ বাবে আশাৰ বাৰ্তা।

    অসমৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত অহা এপ্ৰিল মাহৰ ৫ ৰ পৰা ৮ তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া “আস্মিতা ৰাষ্ট্ৰীয় … Read More

সদৌ অসম পেনচাক্ চিলাট সংন্থা।

সদৌ অসম পেনচাক্ চিলাট সংন্থাৰ উদ্যোগত আৰু মিংমাং ৰুপহী মিচিং সমৰ ক’লা আৱাসীক প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত যোৱা ২২ ডিচেম্বৰ তাৰিখৰ পৰা চাৰিদিনীয়াকৈ অসম ভিত্তিত ২০০ গৰাকী প্ৰশিক্ষাৰ্থীক লৈ অনুষ্ঠিত হোৱা … Read More

২০২৪ বৰ্ষত মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰা ক্ৰীড়াবিদ।

  ভাৰতবৰ্ষৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান “মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা” । ক্ৰীড়াক্ষেত্ৰলৈ বিভিন্ন সন্মান তথা কৃতিত্ব, অমূল্য অৱদান আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে এই বঁটা প্ৰদান কৰে। পূৰ্বতে এই বঁটা “ৰাজীৱ … Read More

মিচিং স্পৰ্টছ কাৰ্নিভেল ২০২৪ সফল সামৰণি।

  অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কেবাঙৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৮ নৱেম্বৰ তাৰিখৰ … Read More

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ সু-খবৰ। ৰাষ্ট্ৰীয় প্ৰতিযোগিতা উজ্জ্বলিল ২২ গৰাকী অসম সন্তান।

  ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়ামত ১৬ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰ তাৰিখ লৈ সাতদিনিয়াকৈ অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা ২০২৪ ৰ সফল … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

১/ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ শুভ উদ্বোধন। গুৱাহাটী খানাপাৰা পশু চিকিৎসা বিজ্ঞান খেলপথাৰত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান। ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ২ লাখকৈ টকাৰ ঋণ প্ৰদান। প্ৰথম কিস্তিত দিয়া … Read More