২০২৪ বৰ্ষত মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰা ক্ৰীড়াবিদ।

  ভাৰতবৰ্ষৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান “মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা” । ক্ৰীড়াক্ষেত্ৰলৈ বিভিন্ন সন্মান তথা কৃতিত্ব, অমূল্য অৱদান আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে এই বঁটা প্ৰদান কৰে। পূৰ্বতে এই বঁটা “ৰাজীৱ … Read More

মিচিং স্পৰ্টছ কাৰ্নিভেল ২০২৪ সফল সামৰণি।

  অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কেবাঙৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৮ নৱেম্বৰ তাৰিখৰ … Read More

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ সু-খবৰ। ৰাষ্ট্ৰীয় প্ৰতিযোগিতা উজ্জ্বলিল ২২ গৰাকী অসম সন্তান।

  ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়ামত ১৬ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰ তাৰিখ লৈ সাতদিনিয়াকৈ অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা ২০২৪ ৰ সফল … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

১/ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ শুভ উদ্বোধন। গুৱাহাটী খানাপাৰা পশু চিকিৎসা বিজ্ঞান খেলপথাৰত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান। ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ২ লাখকৈ টকাৰ ঋণ প্ৰদান। প্ৰথম কিস্তিত দিয়া … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

১/ ৩ দিনীয়া কাৰ্যসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ছিংগাপুৰ ভ্ৰমন কৰিব নৰেন্দ্ৰ মোদীয়ে। ব্ৰুনাইত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ বাবে আলোচনা কাৰ্যসূচীৰে আজি ব্ৰুনাই দাৰুছলামত অৱতৰণ প্ৰধানমন্ত্ৰীৰ। … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

  ১/ ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শুক্ৰবাৰে বিজেপিত যোগদানৰ পিছত চম্পাই চুৰেণৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে মা কামাখ্যা … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

১/ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুতিথি৷ সমাধিস্থলীত বিজেপিৰ পিতামহলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

    ১/ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰা হয়। ৯৮১গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবললৈ যোগ্যতাৰ স্বীকৃতি৷ দীক্ষান্ত সমাৰোহত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২/ ৰাজ্যসভাৰ … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

  ১/ ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা কৰ্মশ্ৰী বঁটা ঘোষণা। চৰকাৰী কামত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শন তথা দক্ষতাৰ বাবে ৰাজ্যৰ ১৮ গৰাকী বিষয়ালৈ ঘোষণা কৰ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। ‘সামৰ্থ’ … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

১/ ৰাষ্ট্ৰপতি ভৱনত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী Phạm Minh Chinhক অভ্যৰ্থনা অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উষ্ম আদৰণি জনাই। উপস্থিত থাকে মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ৩০ জুলাইৰ পৰা ১ আগষ্টলৈ ভাৰত … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

১/ সামৰণি পৰে লোকসেৱা ভৱনত অনুষ্ঠিত হৈ থকা জিলা আয়ুক্ত সন্মিলন। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিভাগীয় মন্ত্ৰীসকল, আৰু আয়ুক্ত সকল। ২/ AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ পদত্যাগ। নিৰ্বাচনী … Read More

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

  ১/ আজি তিনিখন বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে ড০ ননীগোপাল মহন্তই। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে ঘনপতি ডেকাই। … Read More