অসম পেঞ্চাক চিলাট সন্থা

অসম পেঞ্চাক চিলাট সন্থাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সফল সামৰণি।

Spread the love

অসম পেঞ্চাক চিলাট সন্থা

■ 11 June 2025

৮ ৰ পৰা ১১ জুন তাৰিখলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে অসম পেঞ্চাক চিলাট সন্থাৰ উদ্যোগত ধেমাজিৰ গৰুমৰা বুৰিসূতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত “গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিৱিৰ” অনুষ্ঠিত কৰে।অসম পেঞ্চাক চিলাট সন্থা

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম তথা উত্তৰ-পূব পেঞ্চাক চিলাটৰ প্ৰতিষ্ঠাপক সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই প্ৰশিক্ষাৰ্থী সকলক মতবিনিময়ৰ জৰিয়তে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বিশ্লেষণাত্মক পৰামৰ্শ আগবঢ়াই। অসম পেঞ্চাক চিলাট সন্থা

লগতে উৎকট গৰম নেওচি শাৰীৰিক, মানসিক পৰিশ্ৰমেৰে প্ৰশিক্ষাৰ্থী সকলৰ উজ্বল ভৱিষ্যতাৰ্থে প্ৰশিক্ষণ আগবঢ়োৱা প্ৰশিক্ষক সকলক আৰু আয়োজক সমিতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে চায়েঙীয়াই।অসম পেঞ্চাক চিলাট সন্থা

সামৰণি সভাৰ সভাপতিত্ব কৰে গণশক্তিৰ উপ-সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য জহান দলেয়ে।অসম পেঞ্চাক চিলাট সন্থা

উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমঅসম পেঞ্চাক চিলাট সন্থা

প্ৰাক্তন সাধাৰণ সদস্য প্ৰতাপ টায়ে, নাৰী শক্তিৰ সম্পাদিকা ৰনিতা দলে, TMMK ৰ সহকাৰী সম্পাদিকা গুণ নৰহ, অসম পেঞ্চাক চিলাটৰ প্ৰতিষ্ঠাপক সম্পাদক তথা কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলেঅসম পেঞ্চাক চিলাট সন্থা

সহকাৰী প্ৰশিক্ষক ক্ৰমে অচ্যুত বড়ো, প্ৰেৰণা হাজৰিকা, তিলক কুটুম, লাকী দাস, ওম চন্দ্ৰ ছেত্ৰী, খেম কুমাৰী প্ৰধান, প্ৰেম দেউৰী, পাৰ্থজিৎ ৰাভা আৰু TMPK, MMK, TMMK গণশক্তিৰ বিষয়ববীয়া।

 

অসম পেঞ্চাক চিলাট সন্থাঅসম পেঞ্চাক চিলাট সন্থা

অসম পেঞ্চাক চিলাট সন্থা

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

অসম পেঞ্চাক চিলাট সন্থা

অসম পেঞ্চাক চিলাট সন্থা

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *