আপুনি হাত-ভৰিৰ গাঁঠিৰ বিষত ভুগি আছে নেকি? যদি আছে এই কেইটা ঘৰুৱা উপায়েৰে গাঁঠিৰ বিষ নিৰাময় কৰক।
শীতকালত চুলি ফটা, চুলি সৰা, গাৰ বিষ, গাৰ ছাল শোতোৰা পৰা, গাঁঠি বিষ, ভৰি-হাত ফটা আদি বিভিন্ন সমস্যাই দেখা দিয়ে। তাৰ ভিতৰত গাঁঠি বিষ কিয় হয়, কেনেকৈ নিৰাময় কৰিব পাৰি … Read More