কম বেছি পৰিমানে সকলোৰে দাঁতৰ সমস্যা থাকে। দাঁতৰ এই সমস্যাত ভুগিছে নেকি ?
প্ৰায় মানুহৰ দাঁতত হালধীয়া দাগ পৰা দেখা যায়। কিয় বাৰু জানে নে ? দাঁত ভালদৰে পৰিষ্কাৰ নকৰা, অত্যাধিক চাহ, কফি খোৱা, চিগাৰেট, গুটখা বা ধপাত আদি খোৱাৰ ফলত দাঁত হালধীয়া … Read More