মধুৰিআমৰ পাতৰ এই কেইটা গুণৰ বিষয়ে জানে নে ? কি কি ঔষধি গুণ আছে মধুৰিআম পাতত ?

মধুৰিআম এবিধ সুস্বাদু ফল। ই আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। মধুৰিআম ফাইবাৰ, ভিটামিন চি, লাইকোপিন আৰু এন্টিঅক্সিডেন্ট আদিৰে ভৰপূৰ। ঠিক তেনেদৰে মধুৰি আম পাততটো এনে উপাদানেৰে সমৃদ্ধ। মধুৰি আম খালে … Read More

অৰ্শৰোগ, ডায়েৰিয়া, ডিচেন্ট্ৰিৰ, হাঁপানি, বাতবিষ, আদি ৰোগৰ পৰা বাচি থাকিবলৈ ভেদাইলতা খাওঁক এনেকৈ ।

ভেদাইলতাঃ পেৰালাইচিচ, স্নায়বিক দুৰ্বলতা, অৰ্শৰোগ, ডায়েৰিয়া আৰু ডিচেন্ট্ৰিৰ, হাঁপানি, বাতবিষ, আদি ৰোগৰ বাবে ভেদাইলতা অতি উপকাৰী। ভেদাইলতাৰ বৈজ্ঞানিক নাম “Paedericto Chide“। ভেদাইলতাত কেৰটিন, ভিটামিন-চি, এলকেলইড, ফেটি এচিড, চেপনিন, কুইনন আদি … Read More

ঋতুস্ৰাৱকে ধৰি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰান পাবলৈ নিয়মীয়াকৈ এনেদৰে খাওঁক মানিমুনি।

মানিমুনিঃ হৈছে মগজুৰ সতেজতা, সক্ৰিয়তা স্মৃতিশক্তি আদি গুণ সম্পন্ন। মানিমুনিত মেলিক এচিড, এচকৰ্বিক এচিড, মেডেছিয়েটিক এচিড, ব্ৰাহ্মীনোচাইড, ভিটামিন-বি আৰু বহুতো খনিজ পদাৰ্থ পোৱা যায়। জানো আহক মানিমুনিয়ে আমাৰ দেহত কি … Read More

১০১ বিধ ঔষধিগুনযুক্ত এই কলডিল খাওঁক আৰু নিজকে সুস্থ সবল কৰি ৰাখক।

কলগছ আমাৰ জাতীয় জীৱনৰ অপৰিহাৰ্য্য অংগ বুলি কব পাৰি। বিয়া, সবাহ, সকাম,পূজা, আদৰণি-তোৰণ, সভা-সমিতি আদি সকলো শুভ কামতে কলগছ ব্যৱহাৰ কৰো। কলগছৰ প্ৰতিটো অংশই মানৱৰ হিতাৰ্থে ব্যৱহৃত হয়। কলপাতত ভগবানলৈ … Read More