মুখৰ গোন্ধৰ সমস্যাত ভুগিছে নেকি ? কেনেকৈ নাইকিয়া কৰিব মুখৰ গোন্ধ ?

শীতকালত প্ৰায় মানুহৰে মুখৰ গোন্ধ আহে। মানুহৰ কাষত বহি কথা পাতিবলৈও অসুবিধাজনক হৈ পৰে। নহয় নে ? জানো আহক কেইটামান ঘৰুৱা উপায়েৰে মুখৰ গোন্ধ নিৰাময় কৰোঁঃ ক) মুখৰ গোন্ধ আঁতৰাবলৈ … Read More

তুলসীৰ এই মহান গুণৰ বিষয়ে আপুনি জানে নে ? কি কি ৰোগত তুলসী ব্যৱহাৰ কৰিব লাগে ?

“তুলনা নাস্তি অথৈৰ তুলসী” অৰ্থাৎ যাৰ গুণৰ তুলনা নাই, সেয়াই হৈছে তুলসী। তুলসীক লক্ষ্মীস্বৰূপা বুলি কোৱা হয়। তুলসী এবিধ ঔষধি গুণসম্পন্ন গছ। তুলসীক ইংৰাজীক “Holy Basil” বুলি কোৱা হয়। তুলসীৰ … Read More

হৃদৰোগ, নিউমোনিয়া, গ্ৰহনী – এনে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰান পাবলৈ খাৱক মছন্দৰী ।

মছন্দৰীঃ অসমীয়া সমাজৰ এবিধ প্ৰচলিত শাক। মছন্দৰী খাই আপুনি কেনে পাই? মছন্দৰী হৈছে বহল পাতেৰে মাটিত বগাই যোৱা এবিধ লতা জাতীয় ঔষধিযুক্ত বন-উদ্ভিদ। ইংৰাজীত Chameleon Plant বা Fish mint বুলি … Read More

আপোনাৰ প্ৰিয় “চাহ” কাপে কি কি মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰে জানে নে?

চাহকাপঃ পুৱাৰ চাহকাপৰ পৰাই দিনটোৰ আৰম্ভণি হয়। আমাৰ প্ৰায় সকলোৰে চাহকাপ প্রিয়। মোৰ আকৌ পুৱাই চাহকাপ নহলেই নহয়। যেতিয়া আমি ভাগৰুৱা হৈ পৰো, তেতিয়া প্ৰথমে মনলৈ আহে একাপ চাহৰ কথা। … Read More

পঁইতাভাতত এনে কি ৰহস্য আছে ? কেতিয়া, কিয়, খাব নালাগে।

উস্ঃ বৰ গৰম। গৰম বুলি একো নোখোৱাকৈ থাকিব পাৰি নে? বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য। এইবিধ খাদ্য ইমান কষ্ট কৰিবও নালাগে। ৰাতি আমি সকলোৱে ভাত খাই ভাতৰ চৰুত … Read More