পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী, কৃষি ৰত্ন ভাৰ্গিজ কুৰিয়েনৰ জীৱন যাত্ৰা ।

বিশিষ্ট সামাজ সংগঠক ভাৰ্গিজ কুৰিয়েনঃ তেখেতক “ভাৰতৰ শ্বেত বিপ্লৱৰ জনক”, আৰু “ভাৰতৰ দুগ্ধ মানৱ” হিচাপে জনাজাত। তেখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী “ভাৰতৰ দুগ্ধ বিপ্লৱ”। এই কাৰ্যসূচীয়ে ভাৰতৰ … Read More

বিশিষ্ট শিক্ষাবিদ, এ’ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা প্ৰথম অসমীয়া মহিলা পদ্মশ্ৰী ইন্দিৰা মিৰিৰ জীৱন যাত্ৰা ।

অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ’ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা,পদ্মশ্ৰী বঁটা প্ৰাপ্ত, স্বাৱলম্বী, স্বাধীন তথা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী আছিল ইন্দিৰা মিৰি। যি সময়ত অসমৰ ছোৱালীয়ে হাইস্কুলত পঢ়াৰ সৌভাগ্যই হোৱা নাছিল, … Read More

অভিৰুচি ক্ৰীড়া দিৱস, এচিয়ান গেমছত সোণৰ পদক আৰু অৰ্জুন বঁটাৰে সন্মানিত হোৱা প্ৰথমজন অসমীয়া ভোগেশ্বৰ বৰুৱাৰ জীৱন যাত্ৰা ।

আজি অভিৰুচি ক্ৰীড়া দিৱস অৰ্থাৎ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। অসম চৰকাৰে প্ৰতি বছৰে ৩ ছেপ্তেম্বৰত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে। ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে … Read More

সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত পদ্মশ্ৰী ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱন যাত্ৰা।

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াঃ অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, বোলছবি পৰিচালক,পদ্মশ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি প্ৰাপ্ত, অসম প্ৰকাশন পৰিষদ বঁটা প্ৰাপ্ত, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত, অসম উপত্যকা সাহিত্য … Read More

অসমৰ বাবে কি কৰি থৈ গল? গোপীনাথ বৰদলৈয়ে স্বাধীন ভাৰতৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে।

গোপীনাথ বৰদলৈঃ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী, লোকপ্ৰিয় উপাধি প্ৰাপ্ত, বিশিষ্ট লেখক, ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম ব্যক্তি আছিল।   তেখেতৰ জন্ম হৈছিল ১৮৯০ চনৰ … Read More