MACৰ বিত্তীয় বৰ্ষ ২০২০-২১ ৰ নিবিদাৰ অন্তৰ্গত কৃষি কৰ্মত ব্যৱহৃত যন্ত্ৰপাতিবোৰৰ প্ৰদৰ্শন

Spread the love
Assam, July 31:

মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় বৰ্ষ ২০২০-২১ ৰ নিবিদাৰ অন্তৰ্গত কৃষি কৰ্মত ব্যৱহৃত যন্ত্ৰপাতিবোৰৰ প্ৰদৰ্শন অৰ্থাৎত (Demonstration of Agricultural Machineries)
২৯ জুলাইত ২০২১ তাৰিখে মহৰিকেম্পত থকা MACৰ নিজা ভূমিত অনুস্থিত কৰে এই প্ৰদৰ্শনী অনুষ্ঠান ৷

প্ৰদৰ্শিত যন্ত্ৰপাতিবোৰ হল Power Weeder, Power Tiller, 5HP Pump Set আৰু 2HP Electrical Pump Set আদি ৷

এই প্ৰদৰ্শনৰ যোগেদি কৃষক সকলক নিজৰ পচন্দৰ যন্ত্ৰপাতিবোৰ নিৰ্বাচন কৰি লোৱাৰ ব্যৱস্থা কৰিছে MAC কৰতিপক্ষই ৷

এই বিশেষ অনুষ্ঠানত উপস্থিত আছিল- Chairman Sunil Kr Pegu, EM Debaranjan Morang, EM Purushottam Doley, EM Johan Doley. EM Prashanta Bori, EM Malendra Narzary, EM Bhabani Duwarah, EM Indira Kumbang, GM- Raju Pegu, Beauty Pegu, Labanya Mili, OSD- Dr Anil Kumar Pegu আদিয়ে।

প্ৰদৰ্শনত অংশগ্ৰহণ কৰা কোম্পানী সমূহ আছিল

1. VST Shakti

2. Scharchi

3. Greaves

4. Honda

5. Kemco

 

By R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *