জলফাইৰ ঔষধী গুণ আৰু উপকাৰীতা।

জলফাই আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
জলফাই খালে দেহৰ বহু মাৰাত্মক বেমাৰ নাশ হয়।
জলফাইত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি, চি, কে, আইৰণ, কেলছিয়াম, পটাছিয়াম, বিটা- কেৰাটিন, মেগনেছিয়াম, ফাইবাৰ, ফছফৰাছ আদি উপাদানেৰে ভৰপূৰ।
জানো আহক জলফাইৰ ঔষধী গুণ সমূহঃ
1. নিয়মিয়াকৈ জলফাই খালে তেন্তে পিত্তথলিত পাথৰ হোৱাৰ সম্ভাৱনা কমি থাকে।
2. জলফাই খালে চৰ্দি, জ্বৰ, কাঁহ আদি দূৰ কৰি-শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়াই।
3. শীত কালত ছাল নিমজ আৰু কোমল কৰি ৰাখিবৰ বাবে জলফাই তেল অতি উপকাৰী।
4. জলফাই খালে হজম শক্তি বঢ়াই, গেছ-কোষ্ঠকাঠিন্যতা দূৰ কৰে।
5. জলফাই ডায়েবেটিচ ৰোগীৰ বাবে বৰ উপকাৰী ফল।
6. জলফাইত থকা উপাদান বোৰে দেহত কেঞ্চাৰৰ কোষ গঠনত বাধা দিয়ে
7. জলফাই এ শৰীৰৰ ফ্রি ৰেডিকেল বোৰ ধ্বংস কৰে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে জলফাই খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24

