ছাগলী গাখীৰৰ ঔষধী গুণ আৰু উপকাৰীতা। ছাগলী গাখীৰ কিয় খাব লাগে ?।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

ছাগলীৰ গাখীৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
ছাগলীৰ গাখীৰ খালে আমাৰ দেহৰ বহু মাৰাত্মক বেমাৰ নাশ হয়।

ছাগলীৰ গাখীৰত ভিটামিন- এ, চি, ডি, ই, প্ৰটিন, পটাছিয়াম, কেলছিয়াম, ক্ল’ৰাইড, ফছ্‌ফৰাছ্‌, চেলেনিয়াম আৰু জিংক আদি পুষ্টিতত্বৰে ভৰপূৰ।

আপুনি বাৰু খায় নে ছাগলীৰ গাখীৰ ?

জানো আহক ছাগলী গাখীৰত কি কি ঔষধী গুণ আছেঃ-

ক) ছাগলীৰ গাখীৰত লিন’লিক এছিড থাকে বাবে বিভিন্ন প্ৰকাৰৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰে।

খ) ডায়েবেটিছ ৰোগীৰ বাবে ছাগলী গাখীৰ অতি উপকাৰী।

গ) ছাগলী গাখীৰে মানুহৰ ওজন হ্ৰাস কৰা আৰু মানুহৰ শাৰীৰিক শক্তি বৃদ্ধিত সহায় কৰে।

ঘ) ছাগলী গাখীৰ খালে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী আৰু হাড় শক্তিশালী হয়।

ঙ) ছাগলীৰ গাখীৰে হৃদপিণ্ড তথা ৰক্ত পৰিবাহী তন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

গতিকে আজিৰে পৰা ছাগলী গাখীৰ খাওঁক আৰু নিৰোগী হৈ থাকক।

বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ধন্যবাদ।

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *