মিচিং বাঃনৗ কৗবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস।

অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ তথা স্বকীয় ভাষা, কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বাঃনৗ কৗবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস। মিচিং ৰাইজৰ শিক্ষা, স্বাস্থ্য, ৰাজনৈতিক, … Read More

মিচিং জনগোষ্ঠীৰ বাবে ঐতিহাসিক দিন। সশস্ত্ৰ সংগ্ৰাম এৰি আনুষ্ঠানিক ভাৱে মূল সূঁতিৰ সৈতে সংযুক্ত হ’ল LDCM । 

  ■ ২৮/০৯/২০২৪ তাৰিখে জনাই কৃষ্টি ভৱন প্ৰাঙ্গণত সমগ্ৰ মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত মিচিং জনগোষ্ঠীৰ পিতৃ সংগঠন মিচিং বানৌ কেবাঙে সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰে।  সভাত আনুষ্ঠানিকভাৱে LDCM ক মূল … Read More

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam 30 March 2024:- ১/ ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন সন্মান প্ৰদান সমাৰোহ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে প্ৰদান কৰে ভাৰত ৰত্ন সন্মান। ৫ মহান মনীষীক মৰণোত্তৰভাৱে প্ৰদান কৰা হয় ভাৰত ৰত্ন … Read More

ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা মিচিং জনগোষ্ঠীয় প্ৰথম ব্যক্তি ড৹ যতীন মিপুনৰ জীৱনযাত্ৰাঃ

  যতীন মিপুন জন্ম হৈছিল ১৯৫২ চনৰ ১ আগষ্টত যোৰহাট জিলাৰ গন্ধীয়া মিচিং গাঁৱত । তেখেত এগৰাকী প্ৰশাসনিক বিষয়া আৰু বিশিষ্ট লেখক আছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী … Read More

মিচিং আগম কেবাঙৰ উদ্যোগত ৩৯ সংখ্যক ‘ভাষা দিৱস’ উদযাপন।

লখিমপুৰ জিলাৰ ঘূণাসূঁতি মিৰি জীয়ৰী মহাবিদ্যালয় প্ৰাঙ্গনত মিচিং আগম কেবাঙৰ উদ্যোগত ৩৯ সংখ্যক ‘ভাষা দিৱস’ বৰ্ণাধ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ উদযাপন কৰে। অসম চৰকাৰৰ পূঁজিৰে নিৰ্মাণ কৰা আগম মিগাং তাবুৰাম টাইদৰ প্ৰতিমূৰ্তি … Read More

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২১ নং পুৱ ঢকুৱাখনা‌ মাতমৰা পৰিষদীয় সমষ্টি আৰু ৩০ নং চাংগা মাজুলী পৰিষদীয় সমষ্টিৰ গাওঁ সভা সম্পন্ন।

“MAC TODAY” পুৱ ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত কে কে ডি মহাবিদ্যালয় প্ৰাংগণত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২১ নং পুৱ ঢকুৱাখনা‌ মাতমৰা পৰিষদীয় সমষ্টিৰ পৰিষদীয় গাওঁ সভা অনুষ্টিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা … Read More

অসমৰ অন্যতম জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, মিচিং জনগোষ্ঠীৰ প্ৰথম শব্দকোষ প্ৰণেতা সোণাৰাম পাঞাং কটকী দেৱৰ জীৱনযাত্ৰাঃ

  তেখেতৰ জন্ম হৈছিল ১৮৮৫ চনৰ অক্টোবৰ মাহৰ পূৰ্ণিমাৰ দিনা লক্ষ্মীমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ উভটামুখ মিচিং গাঁৱত। তেখেত একাধাৰে মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি আছিল। তেওঁৰ … Read More

কি কাৰনে, কেনেকৈ গঠন কৰা হয় স্বায়ত্বশাসিত পৰিষদ ? বৰ্তমান অসমত থকা স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ সমূহৰ কি কি ক্ষমতা আছে ?

মিচিং স্বায়ত্বশাসিত পৰিষদৰ বিভিন্ন কাৰ্যসূচী সমূহৰ বিষয়ে জানি থাকিবলৈ চাঁই থাকিব কেৱল R News India 24 ৰ  MAC TODAY ধন্যবাদ। স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ। অসমৰ স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন … Read More

১৯ চেপ্তেম্বৰ তাৰিখে ঘোষণা হ’বলগীয়া মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষাৰ ফলাফল ক’ত কেনেকৈ উপলদ্ধ হব চাওঁক।

মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ একমাত্ৰ ভাষা-সাহিত্য চৰ্চা কৰা সংগঠন মিচিং আগম কেবাঙ ৰ উদ্যোগত অনুষ্ঠিত হোৱা মিচিং ভাষাৰ ছমহীয়া পাঠ্যক্ৰম … Read More

বিশিষ্ট শিক্ষাবিদ, এ’ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা প্ৰথম অসমীয়া মহিলা পদ্মশ্ৰী ইন্দিৰা মিৰিৰ জীৱন যাত্ৰা ।

অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ’ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা,পদ্মশ্ৰী বঁটা প্ৰাপ্ত, স্বাৱলম্বী, স্বাধীন তথা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী আছিল ইন্দিৰা মিৰি। যি সময়ত অসমৰ ছোৱালীয়ে হাইস্কুলত পঢ়াৰ সৌভাগ্যই হোৱা নাছিল, … Read More

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নাম তৰণ চন্দ্ৰ পামেগামৰ নামত নামাকৰণ কৰাৰ আহ্বান মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ। শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী আৰু মিচিং জনগোষ্ঠীৰ প্ৰথম বিধায়ক কাৰ্ক চন্দ্ৰ দলেৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ ঘোষনা।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ- সভাপতি তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্ত্তি মাজুলীৰ গড়মূৰত উন্মোচন। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু উদযাপন সমিতি তথা মাজুলীবাসী ৰাইজৰ সহযোগত … Read More

মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৬ সংখ্যক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৬ সংখ্যক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।   ১ । ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ ইতিমধ্যে আৰম্ভ কৰা কেৰিয়াৰ কাউন্সেলিঙৰ কাৰ্যসূচী পৰিষদৰ প্ৰতিখন সমষ্টিত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ। ২ … Read More