Kapé MAC

অষ্টদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা ২০২৫ মিচিং স্বায়ত্বশাসিত পৰিষদৰ হস্ত্ৰতাঁত বস্ত্ৰ বিভাগৰ উদ্যোগত ১৭ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰ তাৰিখলৈ গুৱাহাটী খানাপাৰা পশুস্বাস্থ্য কেন্দ্ৰ খেলপথাৰত অনুষ্ঠিত কৰে “অষ্টদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা”। প্ৰথম … Read More

LDCM তদাৰকী সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বিগত ২০২৪ বৰ্ষৰ ২৮ অক্টোবৰ তাৰিখে জ’নাইৰ কৃষ্টি ভৱনত মিচিং বাঃনৗ কৗবাঙৰ নেতৃত্বত উক্ত সংগঠনকে ধৰি মুঠ ৬ টা মিচিং জাতীয় সংগঠনৰ লগত জাতিটোৰ সুৰক্ষা আৰু সর্বাংগীন উন্নয়ন তথা বিকাশৰ … Read More

“Kapé MAC”

■ ১৪/১০/২০২৫ মিচিং স্বায়ত্বশাসিত পৰিষদৰ সভাকক্ষত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ অধ্যক্ষতাত পৰিষদৰ অষ্টমখন কাৰ্য্যবাহী বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ – ১) ১ নৱেম্বৰৰ … Read More

“Kapé MAC”

■ ০৪/০৯/২০২৫ গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত “অন্তৰংগ আলাপ” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা আৰু … Read More

পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ চমু জীৱনযাত্ৰা।

    বিশিষ্ট অসমীয়া উদ্যোগপতি তথা অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ ডিগ্ৰী লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথম গৰাকী ব্যক্তি আছিল পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। … Read More

“অসম” সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান।

ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ খেলুৱৈৰ বিশেষ সফলতা । যোৱা ৫ তাৰিখৰ পৰা ৮ এপ্ৰিল তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আস্মিতা … Read More

আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেনচাক চিলাট লীগ।

অহা ৯ ৰ পৰা ১২ এপ্ৰিল তাৰিখে চট্টিছগড়ৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ … Read More

বিশ্বৰ চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিশ্ববিদ্যালয় খন আছে ক’ত ?

কৃষি- অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ। বিজ্ঞানসন্মত কৃষি শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা অসম কৃষি বিশ্ববিদ্যালয়ে কৃষক আৰু আমাৰ কৃষিভিত্তিক গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন … Read More

অসমৰ প্ৰথম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়খন।

  শিক্ষাখণ্ডৰ দৰে স্বাস্থ্য খণ্ডও ৰাজ্য এখনৰ প্রগতিৰ বাবে অপৰিহাৰ্য অংগ। দেশে স্বাধীনতা লাভ কৰা বৰ্ষটিৰ ৩ নৱেম্বৰ তাৰিখে ডিব্ৰুগড় নগৰৰ “বৰবাৰী” অঞ্চলত স্থাপিত হয় অসম চিকিৎসা মহাবিদ্যালয়। অসমৰ পূব … Read More

ভাৰতৰ একমাত্ৰ “পুৰুষ নদী খনৰ সৈতে অসম আৰু অসমীয়াৰ সম্পৰ্ক কি ?

  ভাৰত তথা অসমৰ এক প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য প্ৰায় ২৯০০ কিলোমিটাৰ। এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী এইখন … Read More

কামৰূপী লোকগীতৰ মুকুট বিহীন সম্ৰাট ৰামেশ্বৰ পাঠকৰ চমু জীৱনযাত্ৰা।

আজি কামৰূপী লোকগীতৰ মুকুট বিহীন সম্ৰাট ৰামেশ্বৰ পাঠকৰ জন্মতিথি। অসমীয়া জাতিটোক সুললিত কণ্ঠেৰে দশক দশকজুৰি সমৃদ্ধ কৰিছিল ৰামেশ্বৰ পাঠকে। অসমৰ লোকজীৱনৰ জীৱনশৈলী আৰু মাটিৰ সুৰক প্ৰতিগৰাকী অসমীয়াৰ বুকুলৈ বোৱাই লৈ … Read More

সদৌ অসম পেনচাক্ চিলাট সংন্থা।

সদৌ অসম পেনচাক্ চিলাট সংন্থাৰ উদ্যোগত আৰু মিংমাং ৰুপহী মিচিং সমৰ ক’লা আৱাসীক প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত যোৱা ২২ ডিচেম্বৰ তাৰিখৰ পৰা চাৰিদিনীয়াকৈ অসম ভিত্তিত ২০০ গৰাকী প্ৰশিক্ষাৰ্থীক লৈ অনুষ্ঠিত হোৱা … Read More