চুলি আৰু পেটৰ বিভিন্ন ৰোগৰ ৰোগীৰ বাবে এই বিশেষ প্ৰতিবেদন।

তিল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি। তিলত বহু পুষ্টিতত্ব উপাদান থাকে। তিল খালে দেহৰ বহু বেমাৰ নাশ হয়। তিলক ইংৰাজীত ‘Sesame Seed’ বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম হ’ল – … Read More

আপুনি জানে নে বুটত কি কি ঔষধী গুণ আছে ?

বুট স্বাস্থ্যৰ বাবে অতি উপকাৰি। বুট খালে শৰীৰৰ বহু বেমাৰ নিৰাময় কৰে। বুটৰ বৈজ্ঞানিক নাম – Cicer arietinum . বুটত প্ৰচুৰ পৰিমাণে প্র’টিন, মেগনেছিয়াম, ফছফৰাছ, কার্বহাইড্রেট, কেলছিয়াম, প্র’টিন, চর্বি, ভিটামিন … Read More

গুৰত কি কি ঔষধি গুণ আছে ? গুৰ কিয় কম পৰিমানে হলেও নিয়মীয়াকৈ খাব লাগে ?

গুৰ আমাৰ শৰীৰৰ বাবে উপকাৰী। বিহুৰ পিঠাপনা, জলপানৰ পৰা আদি কৰি বিভিন্ন দিশত গুৰ ব্যৱহাৰ হয়। গুৰ খালে বহু বেমাৰ নিৰাময় হয়। গুৰত থকা উপাদান সমূহ হৈছে- কেলৰি, চুক্ৰজ, ফ্ৰাক্টোচ, … Read More

ঢেকীয়াত কি কি ভিটামিন আৰু কি ঔষধি গুণ আছে ?

ঢেকীয়াঃ অসমীয়া সমাজত অতি জনপ্ৰিয় শাক। ঢেঁকীয়া, মাগুৰ মাছ আৰু ঔ টেঙাৰ জোলকনৰ সোৱাদেই সুকীয়া। ঢেকীয়া- প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, … Read More

মস্তিস্কৰ ক্ৰিয়া, উফি, তেজ গোট মৰা, বমি, খৰ, খজুৱতি, চালৰ ভেকুৰ, কৃমি পেলু আদি বিভিন্ন সমস্যাসমূহৰ সমাধান কেৰেলা ।

কেৰেলাঃ তিতা সোৱাদৰ বাবেই বহুতে কেৰেলা নাখায়, কেৰেলা দেখিলেই মুখ কোচাই। কেৰেলা ইংৰাজীত Bitter gaurd। কেৰেলাৰ ইমানেই ঔষধী গুণ আছে, শুনিলে আপুনি আচৰিত হব। কেৰেলাত ভিটামিন চি, ভিটামিন বি, ভিটামিন … Read More

কোমোৰা আৰু হাঁহৰ মাংস কি কি ৰোগৰ ৰোগীয়ে খাব লাগে জানে নে ?

কোমোৰা আৰু হাঁহৰ মাংসঃ অসমীয়া ৰাইজৰ এটি পৰিচিত খাদ্য। জহা কোমোৰা আৰু হাঁহৰ মাংস নামটো শুনিলেই হয়তো লোভৰ পানী পৰে। কোমোৰা আৰু হাঁহৰ মাংসত বহুত উপাদান আছে। প্ৰথমে জানো আহক … Read More

কেঞ্চাৰ, ৰক্তহীনতা, পায়েৰিয়া, স্মৃতি শক্তি, হিমোগ্লোবিনকে ধৰি পেটৰ বিভিন্ন সমস্যাৰ বাবে ডালিম খাওঁক এনেকৈ।

ডালিমত ফাইবাৰ, ভিটামিন কে, ভিটামিন চি, ভিটামিন বি, আইৰণ, পটাছিয়াম, জিংক, অ’মেগা 6 ফেটী এচিড, নিউট্ৰিএন্টছ আদিৰে ভৰপূৰ। ডালিমত থকা প্ৰতিৰোধ ক্ষমতাই মানৱ দেহক নিৰোগী কৰি ৰখাত সহায় কৰে ৷ … Read More

ঋতুস্ৰাৱকে ধৰি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰান পাবলৈ নিয়মীয়াকৈ এনেদৰে খাওঁক মানিমুনি।

মানিমুনিঃ হৈছে মগজুৰ সতেজতা, সক্ৰিয়তা স্মৃতিশক্তি আদি গুণ সম্পন্ন। মানিমুনিত মেলিক এচিড, এচকৰ্বিক এচিড, মেডেছিয়েটিক এচিড, ব্ৰাহ্মীনোচাইড, ভিটামিন-বি আৰু বহুতো খনিজ পদাৰ্থ পোৱা যায়। জানো আহক মানিমুনিয়ে আমাৰ দেহত কি … Read More

পঁইতাভাতত এনে কি ৰহস্য আছে ? কেতিয়া, কিয়, খাব নালাগে।

উস্ঃ বৰ গৰম। গৰম বুলি একো নোখোৱাকৈ থাকিব পাৰি নে? বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য। এইবিধ খাদ্য ইমান কষ্ট কৰিবও নালাগে। ৰাতি আমি সকলোৱে ভাত খাই ভাতৰ চৰুত … Read More