অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতিন্দ্ৰনাথ গোস্বামী দেৱৰ জীৱনযাত্ৰাঃ

তেখেত জন্ম হৈছিল ১৯১৮ চনৰ ১২ নৱেম্বৰত যোৰহাট জিলাৰ টীয়কত। যতিন্দ্ৰনাথ গোস্বামী একাধাৰে লিখক, গল্পকাৰ, শিক্ষক, প্ৰবক্তা, অধ্যাপক আৰু অভিযন্তা। তেওঁৰ দেউতাকৰ নাম প্ৰাণকৃষ্ণ গোস্বামী আৰু মাতৃৰ নাম নৰ্মদা দেৱী। … Read More

“ইন্দ্ৰধেনুৰ কবি” ডিম্বেশ্বৰ নেওগ দেৱৰ জীৱনযাত্ৰাঃ

তেখেত জন্ম হৈছিল ১৮৯৯ চনৰ ৭ আগষ্টত শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত হৈছিল। তেখেত একাধাৰে কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। তেওঁৰ পিতৃৰ নাম মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা … Read More

অসমৰ শিক্ষা জগতৰ অন্যতম কিংবদন্তি শিক্ষক আৰু সমাজ-সেৱক জেহিৰুদ্দিন আহমদ দেৱৰ জীৱন যাত্ৰাঃ

জেহিৰুদ্দিন আহমদ জন্ম হৈছিল হৈছিল ১৮৮৬ চনৰ ১৬ জুন তাৰিখে। দেউতাকৰ নাম আছিল ডাঃ কেৰামত আলি আৰু মাতৃৰ নাম আছিল বিলাতী। তেওঁৰ দেউতাক আহোম ৰজাৰ দিনৰ দা-ধৰা বংশৰ উপৰিপুৰুষ আছিল। … Read More

বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক ড° অনিমা গুহঃ

Assam July 29 : ড° অনিমা গুহঃ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখক, সাহিত্যিক পেঞ্চনাৰ, কাউন্সিল অৱ চায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ পুল-অফিছাৰ আছিল। তেওঁৰ জন্ম হৈছিল ১৯৩২ চনৰ … Read More

সমাজ সংস্কাৰক, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি লোকমান্য বাল গঙ্গাধৰ তিলক।

বাল গঙ্গাধৰ তিলকঃ শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক, ভাৰতীয় অশান্তিৰ পিতৃ, লোকমান্য উপাধি প্ৰাপ্ত, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি আছিল। তেখেতৰ জন্ম হৈছিল ১৮৫৫ চনৰ ২৩ জুলাই ত। তেওঁৰ জন্মগত … Read More

সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সম্পাদক ড° লীলা গগৈ দেৱৰ জীৱন যাত্ৰাঃ

ড° লীলা গগৈঃ এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন … Read More