সাহিত্যিক ত্ৰৈলোক্য নাথ গোস্বামী দেৱৰ জীৱনযাত্ৰাঃ

১৯০৬ চনৰ আজিৰ দিনটোতে চৈতন্যপন্থী নলবাৰী সত্ৰত ত্ৰৈলোক্য নাথ গোস্বামীদেৱৰ জন্ম হৈছিল। তেখেত একাধাৰে সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ আছিল। তেখেতৰ পিতৃৰ নাম সিদ্ধেশ্বৰ গোস্বামী আৰু মাতৃৰ … Read More

বিশিষ্ট সাহিত্যিক “হোমেন বৰগোহাঞিৰ” জীৱনযাত্ৰাঃ

  হোমেন বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাত এটা আহোম পৰিয়ালত। তেওঁৰ পিতৃৰ নাম ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃ নাম আইতা বৰগোহাঞি। হোমেন বৰগোহাঞি একাধাৰে বিশিষ্ট সাহিত্যিক, … Read More

“ইন্দ্ৰধেনুৰ কবি” ডিম্বেশ্বৰ নেওগ দেৱৰ জীৱনযাত্ৰাঃ

তেখেত জন্ম হৈছিল ১৮৯৯ চনৰ ৭ আগষ্টত শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত হৈছিল। তেখেত একাধাৰে কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। তেওঁৰ পিতৃৰ নাম মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা … Read More

সু-সাহিত্যিক তীৰ্থনাথ শৰ্মা দেৱৰ জীৱনযাত্ৰাঃ

তেখেতৰ জন্ম হৈছিল ১৯১১ চনৰ ২৩ অক্টোবৰত শিৱসাগৰ জিলাত। তেখেত একাধাৰে সু-সাহিত্যিক, গল্পকাৰ, শিক্ষাবিদ, কবি, সংস্কৃতৰ বিদগ্ধ পণ্ডিত, সমালোচক, জীৱনী লেখক, শিশু সাহিত্যিক, সাংবাদিক আৰু ভাৰতত্ত্ববিদ আছিল তেওঁৰ পিতৃৰ নাম … Read More

অসমীয়া চুটিগল্পৰ জনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জীৱনযাত্ৰা ।

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ১৮৬৪ চনৰ ১৪ অক্টোবৰত ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত লক্ষ্মী পুৰ্ণিমাৰ দিনা। তেখেত একাধাৰে কবি, নাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধকাৰ, সমালোচক, জীৱনীলেখক আছিল। সাংবাদিকতা জগততো বেজবৰুৱাৰ অৱদান অমূল্য। … Read More

গণবন্ধু শশী শৰ্মা দেৱৰ জীৱনযাত্ৰাঃ

শশী শৰ্মাৰ জন্ম হৈছিল ১৯৩০ চনৰ ৩ অক্টোবৰত নলবাৰী জিলাৰ জানিযোগ গাঁৱৰ কৰৈবাৰীত । তেখেত একধাৰে শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ আছিল। পিতৃৰ নাম আছিল সৰ্বানন্দ … Read More

অসমৰ বিশিষ্ট সাংবাদিক ৰাধিকামোহন ভাগৱতী দেৱৰ জীৱন যাত্ৰাঃ

ৰাধিকামোহন ভাগৱতীৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১৯ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ গেৰেকী চুকত। তেখেত একাধাৰে এগৰাকী বিশিষ্ট সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক। তেখেতৰ দেউতাক গোৱিন্দ চন্দ্ৰ ভাগৱতী আছিল স্মৃতিৰত্ন, স্মৃতি … Read More

কবি, প্ৰবন্ধকাৰ, শিক্ষাবিদ, সমালোচক মহেন্দ্ৰ বৰাৰ জীৱন যাত্ৰা ।

মহেন্দ্ৰ বৰাঃ তেখেত অসমৰ এগৰাকী কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। তেখেতে অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। জানো আহক মহেন্দ্ৰ বৰা দেৱৰ জীৱনযাত্ৰাৰ বিষয়েঃ তেখেত জন্ম হৈছিল ১৯২৯ চনৰ … Read More