জিলা শিক্ষা আৰু ডায়েট ধেমাজিৰ উদ্যোগত যোগ অলিম্পিয়াড।

৭ মে’ তাৰিখে জিলা শিক্ষা আৰু ডায়েট ধেমাজিৰ উদ্যোগত জিলা পৰ্যায়ত যোগ অলিম্পিয়াড ২০২৫ অনুষ্ঠিত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ডায়েট ধেমাজিৰ অধ্যক্ষ মৌচুমী বৰদলৈ বৰুৱাই। আঁত ধৰে জ্যেষ্ঠ … Read More

শিশুৰ সুৰক্ষা – নিৰাপত্তা আৰু পকছো আইন ২০১২ বিষয়ক ৱেবিনাৰ।

  সদৌ অসম ডায়েট বিষয়া সন্থাৰ উদ্যোগত ২৮ এপ্ৰিল ২০২৫ তাৰিখে সন্ধিয়া ৭:৩০ বজাৰ পৰা ৮:৩০ বজালৈ “বিদ্যালয়সমূহত শিশুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা আৰু পক্‌ছো আইন ২০১২” বিষয়ক এখন গুৰুত্বপূর্ণ ৱেবিনাৰ … Read More

𝐇𝐒𝐋𝐂-𝟐𝟎𝟐𝟓 𝐑𝐞𝐬𝐮𝐥𝐭𝐬

HSLC Exam was held from 15th February 3rd March 2025. Result declared on 11 April 2025 (37 days after completion of Exam). Candidates Applied – 4,29,449 Appeared – 4,22,737 Passed … Read More

“অসম” সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান।

ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ খেলুৱৈৰ বিশেষ সফলতা । যোৱা ৫ তাৰিখৰ পৰা ৮ এপ্ৰিল তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আস্মিতা … Read More

ছাৰ জন বেৰী হোৱাইটৰ চমু জীৱনী।

  অসম তথা উত্তৰ-পূব ভাৰতৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃপুৰুষ স্বৰূপ ছাৰ জন বেৰী হোৱাইটৰ চমু জীৱনী। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা … Read More

অসমবাসীৰ বাবে আশাৰ বাৰ্তা।

    অসমৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত অহা এপ্ৰিল মাহৰ ৫ ৰ পৰা ৮ তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া “আস্মিতা ৰাষ্ট্ৰীয় … Read More

অসমবাসীৰ বাবে গৌৰৱান্বিত খবৰ।

ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত নাগালেণ্ডৰ ডিমাপুৰস্থিত ডি.বি.এছ ইণ্ড’ৰ ষ্টেডিয়ামত যোৱা ইংৰাজী ১৭ আৰু ১৮ মাৰ্চ তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উত্তৰ পূব আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ:২০২৫ সফলতাৰে … Read More

বিশ্বৰ শীৰ্ষ ৫২ খন পৰ্যটন ক্ষেত্ৰৰ ভিতৰত চতুৰ্থ স্থানত “অসম”।

“অসম আমাৰ ৰূপহী গুণৰো নাই শেষ” – ভাৰতৰত্ন, সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা। “অসম” বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ মিলনভূমি। উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভগ্নীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ‘অসম’। চহকী ঐতিহ্য আৰু বুৰঞ্জীয়ে … Read More

সমাজ সংস্কাৰক, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি লোকমান্য বাল গঙ্গাধৰ তিলক।

বাল গঙ্গাধৰ তিলকঃ শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক, ভাৰতীয় অশান্তিৰ পিতৃ, লোকমান্য উপাধি প্ৰাপ্ত, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি আছিল। তেখেতৰ জন্ম হৈছিল ১৮৫৫ চনৰ ২৩ জুলাই ত। তেওঁৰ জন্মগত … Read More

ভাষাতত্ত্ববিদ, পদ্মশ্ৰী, পদ্মভূষন কৃষ্ণকান্ত সন্দিকৈ দেৱৰ জীৱন যাত্ৰা।

কৃষ্ণকান্ত সন্দিকৈঃ  ভাষাতত্ত্ববিদ, সংস্কৃত পণ্ডিত, শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাৰ্চায, অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি, অসম ছাত্ৰ সন্মিলনৰ সভাপতি, জগনাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ন … Read More