জিলা শিক্ষা আৰু ডায়েট ধেমাজিৰ উদ্যোগত যোগ অলিম্পিয়াড।

৭ মে’ তাৰিখে জিলা শিক্ষা আৰু ডায়েট ধেমাজিৰ উদ্যোগত জিলা পৰ্যায়ত যোগ অলিম্পিয়াড ২০২৫ অনুষ্ঠিত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ডায়েট ধেমাজিৰ অধ্যক্ষ মৌচুমী বৰদলৈ বৰুৱাই। আঁত ধৰে জ্যেষ্ঠ … Read More

শিশুৰ সুৰক্ষা – নিৰাপত্তা আৰু পকছো আইন ২০১২ বিষয়ক ৱেবিনাৰ।

  সদৌ অসম ডায়েট বিষয়া সন্থাৰ উদ্যোগত ২৮ এপ্ৰিল ২০২৫ তাৰিখে সন্ধিয়া ৭:৩০ বজাৰ পৰা ৮:৩০ বজালৈ “বিদ্যালয়সমূহত শিশুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা আৰু পক্‌ছো আইন ২০১২” বিষয়ক এখন গুৰুত্বপূর্ণ ৱেবিনাৰ … Read More

পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ চমু জীৱনযাত্ৰা।

    বিশিষ্ট অসমীয়া উদ্যোগপতি তথা অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ ডিগ্ৰী লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথম গৰাকী ব্যক্তি আছিল পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা। … Read More

“অসম” সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান।

ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ ২০২৫ ত অসমৰ খেলুৱৈৰ বিশেষ সফলতা । যোৱা ৫ তাৰিখৰ পৰা ৮ এপ্ৰিল তাৰিখলৈ জম্মু-কাশ্মীৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আস্মিতা … Read More

আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেনচাক চিলাট লীগ।

অহা ৯ ৰ পৰা ১২ এপ্ৰিল তাৰিখে চট্টিছগড়ৰ বিলাছপুৰস্থিত বি.আৰ. যাদৱ ইণ্ড’ৰ ষ্টেডিয়িমত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় ছাব-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ … Read More

ছাৰ জন বেৰী হোৱাইটৰ চমু জীৱনী।

  অসম তথা উত্তৰ-পূব ভাৰতৰ আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃপুৰুষ স্বৰূপ ছাৰ জন বেৰী হোৱাইটৰ চমু জীৱনী। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা … Read More

অসমীয়া নাৰী সমাজৰ পথ প্ৰদৰ্শক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ চমু জীৱনযাত্ৰা

    যুগে যুগে সমাজত স্ব-নাম আৰু স্ব-জাতিৰ বাবে নাম উজ্বলোৱা বহু কৃতবিদ্য পুৰোধাৰ জন্ম হয়৷ তেনে এগৰাকী মহীয়সী নাৰী আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী। তেওঁ অসমৰ জাতীয় জীৱনৰ এগৰাকী বিদুষী নাৰীসত্তা, … Read More

অসমৰ স্বাভিমান চাহৰ ইতিহাস

  ‘চাহ‘ অসমৰ প্ৰেক্ষাপটত অৰ্থনীতিৰ এটি অন্যতম আধাৰেই নহয়, ই এক সংস্কৃতি আৰু আৱেগৰ নাম৷ অৰ্থাৎ চাহে অসমৰ জাতীয় সত্ত্বাক জীপাল কৰি ৰাখিছে। বিশ্বৰ বুকুত অসমৰ চাহৰ আছে সুকীয়া পৰিচয় … Read More

ভাওনাৰ সৃষ্টি আৰু পৰম্পৰা।

“জয় গুৰু শংকৰ” অসমীয়া জাতিৰ প্ৰাণস্পন্দন তথা সৰ্বগুণসম্পন্ন, পৰম আৰাধ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন জাতি-জনগোষ্ঠীৰে গঠিত বৃহত্তৰ অসমীয়া সমাজখনত একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ জৰিয়তে সংস্কাৰ সাধনেৰে একতাৰ এনাজৰী সুদৃঢ় কৰি … Read More

অসমবাসীৰ বাবে গৌৰৱান্বিত খবৰ।

ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত নাগালেণ্ডৰ ডিমাপুৰস্থিত ডি.বি.এছ ইণ্ড’ৰ ষ্টেডিয়ামত যোৱা ইংৰাজী ১৭ আৰু ১৮ মাৰ্চ তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উত্তৰ পূব আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ:২০২৫ সফলতাৰে … Read More