অসম সাহিত্য সভাৰ দশমগৰাকী সভাপতি, দেশভক্ত তৰুন ৰাম ফুকন ।

তৰুন ৰাম ফুকনঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অসমৰ নেতা, অসম সাহিত্য সভাৰ দশমগৰাকী সভাপতি, দেশভক্ত, এগৰাকী সুবক্তা, লেখক, অসমৰ তৃতীয়জন বেৰিষ্টাৰ, Darling of Assam, অসমত চাইকেল চলোৱা প্ৰথম গৰাকী ব্যক্তি … Read More

বিশিষ্ট লেখক, ঔপন্যাসিক, ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাঃ

ৰঞ্জু হাজৰিকাঃ এগৰাকী বিশিষ্ট লেখক, ঔপন্যাসিক, ৰহস্য সম্ৰাট, প্ৰেৰণা বঁটা আৰু সাহিত্য বঁটা প্ৰাপ্ত। তেখেতৰ জন্ম হৈছিল ১৯৫২ চনৰ ২৪ জুলাই তাৰিখে শোণিতপুৰৰ মোনাবাৰী চাহ বাগিছাত। তেখেতৰ প্ৰকৃত নাম কুমুদ … Read More

১০১ বিধ ঔষধিগুনযুক্ত এই কলডিল খাওঁক আৰু নিজকে সুস্থ সবল কৰি ৰাখক।

কলগছ আমাৰ জাতীয় জীৱনৰ অপৰিহাৰ্য্য অংগ বুলি কব পাৰি। বিয়া, সবাহ, সকাম,পূজা, আদৰণি-তোৰণ, সভা-সমিতি আদি সকলো শুভ কামতে কলগছ ব্যৱহাৰ কৰো। কলগছৰ প্ৰতিটো অংশই মানৱৰ হিতাৰ্থে ব্যৱহৃত হয়। কলপাতত ভগবানলৈ … Read More

সমাজ সংস্কাৰক, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি লোকমান্য বাল গঙ্গাধৰ তিলক।

বাল গঙ্গাধৰ তিলকঃ শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক, ভাৰতীয় অশান্তিৰ পিতৃ, লোকমান্য উপাধি প্ৰাপ্ত, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমজন প্ৰতিনিধি আছিল। তেখেতৰ জন্ম হৈছিল ১৮৫৫ চনৰ ২৩ জুলাই ত। তেওঁৰ জন্মগত … Read More

সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সম্পাদক ড° লীলা গগৈ দেৱৰ জীৱন যাত্ৰাঃ

ড° লীলা গগৈঃ এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ, অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন … Read More

চুলিঃ নাৰী সৌন্দৰ্য ক’ত ? কেনে ৰূপৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয় ?

নাৰীৰ সৌন্দৰ্য চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। যি জনী ছোৱালীৰ চকু, চেলাউৰি, মুখমণ্ডল, দেহৰ বৰন, লাহী ককাঁল পঢ়াই-শুনাই, ৰূপে-গুনে সকলোবোৰ আছে সেইজনী ছোৱালীক প্ৰত্যেকজন পুৰুষে ভাল পাই … Read More

কচুৰ এই গুন জানি চক খাব আপুনি। মহিলাসকলে কিয় কচু খাব লাগে ? কি ঔষধি গুন আছে কচুৰ ?

মহিলাসকলে কিয় কচু খাব লাগে? অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জন লেখত লবলগীয়া। কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি … Read More