খুতুৰা শাক আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
খুতৰা শাকক ইংৰাজীত Green amaranth বুলি কোৱা হয়।
ইয়াৰ বৈজ্ঞানিক নাম হৈছে Amaranthus viridis .
খুতুৰা শাক খাবলৈ বৰ সোৱাদ হয়।
খুতুৰা শাক ভাজি, মাছৰ লগত আঞ্জা বনাইও খাব পাৰি।
খুতুৰা শাক মধুৰ বিপাক, শতবীৰ্য, কফ-পিত্ত নাশক, দাহ প্ৰশমক, আদিৰ প্ৰতিকাৰক।
জানো আহক খুতুৰা শাকৰ ঔষধী গুণ সমূহঃ

ক) খুতুৰা শাক খুতুৰাই ৰক্তহীনতা দূৰ কৰে।
খ) খুতুৰা শাক খালে হাঁড় মজবুত হয়।
গ) খুতৰা শাক খালে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বা প্ৰস্ৰাৱ হোৱাৰ সমস্যা দূৰ হয়।
ঘ) কৰ্কট, পাইলছ, গ্ৰহণী ৰোগৰ বাবে খুতুৰা শাক অতি উপকাৰি।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে খুতৰা শাক খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
Mising Autonomous Council .
Mising Autonomous Council .
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24