স্বৰ্ণ পদক জয় কৰিলে অসমৰ নয়নমনি শইকীয়াই।
কমনৱেল্থ গেমছত স্বৰ্ণ পদক জয় কৰিলে অসমৰ নয়নমনি শইকীয়াই।
স্বৰ্ণ পদক জয়ৰ এই খবৰে সমগ্ৰ ৰাজ্যতে আনন্দৰ বন্যা বােৱাইছে।
জানিব পৰা মতে নয়নমণি শইকীয়া গোলাঘাট সৰুপথাৰৰ টেঙাবাৰী গাঁৱৰ জীয়ৰী আৰু টেঙাহােলা গাঁৱৰ বােৱাৰী।
তেওঁ এগৰাকী কন্যা সন্তানৰ মাতৃ।
অসমৰ লগতে দেশবাসীয়ে আশা কৰা ধৰণেই বাৰ্মিংহামত স্বৰ্ণ পদক জয় কৰিলে ভাৰতৰ ল’ন বলৰ দলটোৱে।

সৃষ্টি হ’ল এক নতুন ইতিহাস।
কমনৱেলথ গেমছত দক্ষিণ আফ্ৰিকাৰ সৈতে অনুষ্ঠিত ফাইনেল খেলত ১৭-১০ ব্যৱধানত এই পদক জয় কৰিবলৈ সক্ষম হয় অসমৰ নয়নমণি শইকীয়াই প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটােৱে।
নয়নমণিৰ উপৰি এই দলটােত আছে লাভলী চৌবে, পিংকি সিঙ আৰু ৰূপা ৰাণী তিৰ্কী।
ফাইনেলত দক্ষিণ আফ্ৰিকাক ১৭-১০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় মহিলা দলটোৱে।
ভাৰতীয় দলৰ অংশ অসমৰ খেলুৱৈ নয়নমনি শইকীয়াই অসমবাসীক দিলে গেমছৰ প্ৰথমটো সোণৰ পদক পোৱাৰ খবৰ।
NE HYGIENE SOLUTIONS
SERVICES – > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning
Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com
Sangita Duttaৰ প্ৰতিবেদন R News India 24