গন প্ৰহাৰত মৃত্যু দুধৰ্ষ অপৰাধী ৰাজু বৰুৱা ওৰফে (গেৰজাই)।
BIG BREAKING:- ঢকুৱাখনা মহকুমা ৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা মঙলবাৰে পলায়ন কৰা দুধৰ্ষ ৱান্টেড অপৰাধী গেৰজাইৰ গন প্ৰসাৰত মৃত্যু।
ঘিলামৰা থানাৰ অন্তৰ্গত কিলাকিলি নদীৰ পাৰত বাটচ’ৰামুখৰ গাঁওৰক্ষী বাহিনীয়ে আটক কৰিছিল গেৰজাইক।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত গেৰজাইক ঢকুৱাখনা মহকুমা ৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসাধীন অৱস্থাতে দুধৰ্ষ অপৰাধী গেৰজাইয়ে শেষ নিশ্বাস ত্যাগ কৰে।
আনহাতে আহত হয় আৰক্ষী জোৱান যজ্ঞোৰাম চিন্তে আৰু গৃহৰক্ষী জোৱান গুণাভি বৰুৱা।
বৰ্তমান পলায়ন কৰা অন্য এজন অপৰাধী হৈছে সোনটি দাস।
অমৃত দলেৰ প্ৰতিবেদন Rnewsindia24.