দিচাং ৰিচৰ্টত কি কি আছে জানে নে ?
দিচাং ৰিচৰ্ট নামটোটো ছাগে শুনিছেই উত্তৰ পূৰ্বাঞ্চলকে ধৰি ভাৰতবৰ্ষত এক সুকীয়া নাম দখল কৰিবলৈ সক্ষম হৈছে নিজস্ব উপস্থাপনেৰে ।
বিবাহ, জন্মদিন, আপোনাৰ সংস্থাৰ সভা , অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনজাতিৰ সু-স্বাদ্য থলুৱা খাদ্য বিভিন্ন ধৰণৰ অত্যাধুনিক ক্ৰিয়া, আতক ধুনীয়া নৈশ যাপনৰ কক্ষ লগতে অত্যাধুনিক সন্দৰ্য আৰু শৰীৰ চৰ্চা,আদিকে ধৰি বিভিন্ন ধৰণৰ আধুনিক সা-সুবিধা আদি সকলোবোৰ আপুনি এঠাইতে বিচাৰি আছে নেকি ? যদি বিচাৰি আছে তেনেহ’লে দেৰিনকৰি আজিয়েই যোগাযোগ কৰক দিচাং ৰিচৰ্টত ।
Dichang Resort
Sonapur, Patorkuchi, N. H.- 37, Kamrup, Assam
Ph:- +91-99542-90184, +91-70860-23911, +91-70860-23915
E-mail: info@dichangresortnhote.com, Web: www.dichangresortnhotel.com
R News India 24 Sirumoni Doley