‘মোডী-মেক্ৰন নৈশভোজ’লৈ আমন্ত্ৰিত অসমৰ জী প্ৰিয়ংকা ৰাজকাকতী।

Rnewsindia24.com Assam July 14/2023:-  দুদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্ৰমণৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আতিথ্যৰ বাবে দেশখনৰ হৈ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আয়োজন কৰা নৈশভোজলৈ বিশেষভাবে আমন্ত্ৰিত হৈছে এগৰাকী অসমীয়া এৰোস্পেচ অভিযন্তা প্ৰিয়ংকা … Read More

“এগৰাকী পাগলৰ মহানুভৱতা”

Rnewsindia24.com থাতে কয় নহয়, ‘পাগলে নকয় কি আৰু ছাগলীয়ে নাখাই কি’? আচলতে আজিৰ সমাজত বিবেক-বুদ্ধি থকা এচাম মানুহতকৈ পাগল-ছাগলেই উৎকৃষ্ট। এই ছৱিখনেই তাৰ জলন্ত উদাহৰণ। চাওক কি দৰে এগৰাকী মানসিক … Read More

১৮৫৯ চনৰ আজিৰ দিনটোতে আনন্দৰাম ঢেকিয়াল ফুকন মৃত্যু হৈছিল।

Rnewsindia24.com অসমীয়া জাতিক জীয়াই থকাৰ ভেটি স্থাপন কৰা ব্যক্তিজনেই আছিল আনন্দৰাম ঢেকিয়াল ফুকন। তেখেতক অসমীয়া নৱজাগৰণৰ নায়ক বুলি অভিহিত কৰিব পাৰি। ঊনবিংশ শতিকাৰ শিক্ষিত আৰু জাতি সচেতন অসমীয়াসকলৰ চিন্তাত বঙালী … Read More

বিশ্ব ৰক্তদাতা দিৱস।

আজি বিশ্ব ৰক্তদাতা দিৱস(World Blood Donor Day). প্ৰতি বছৰে ১৪ জুন তাৰিখে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। ২০০৪ চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ … Read More

জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত জিলা পৰ্যায়ৰ এদিনীয়া কৰ্মশালা।

Rnewsindia24.com ১২ জুন তাৰিখে ধেমাজি জিলা শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখনী কৰ্মশালা অনুষ্ঠিত … Read More

ধেমাজি শিক্ষাখণ্ডৰ বিভিন্ন মণ্ডলত জনভাগীদাৰী কাৰ্য্যসূচী সম্পন্ন।

Rnewsindia24.com ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত হৈ থকা জি-২০ বৈঠকৰ উদ্দেশ্যৰ সৈতে সামঞ্জস্য ৰাখি বিদ্যালয় শিক্ষা বিভাগ, ধেমাজিৰ অধীনত আজি ধেমাজিৰ শিক্ষাখণ্ডৰ দহটা মণ্ডল সমল কেন্দ্ৰত জনভাগীদাৰী কাৰ্য্যসূচী বিশেষভাৱে উদযাপন কৰা হয়। … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam May 25/2023:-  1. আজি খানাপাৰাত চৰকাৰৰ নিযুক্তি প্ৰদান অনুষ্ঠান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৪৪,৭০৩ প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam May 16/2023:-  1. আজি তিনিচুকীয়া উপায়ুক্ত সন্মিলনৰ দ্বিতীয়টো দিন। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ শৰ্মা। উপায়ুক্তসকলে মুখ্যমন্ত্ৰীক দাঙি ধৰিলে নিজ নিজ কামৰ খতিয়ান। লগতে নতুনকৈ নিৰ্মিত কনভেনচন … Read More

মিচিং জাতীয় ছাত্র সংগঠন টাকাম মিচিং পৰিণ কৌবাংৰ প্ৰশংসনীয় পদক্ষেপ।

 Rnewsindia24.com  :- টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ তত্বাৱধানত আৰু জিলা ক্ৰীড়া কোষৰ উদ্যোগত, অন্যান্য জাতীয় সংগঠনৰ সহযোগত ৩১ মাৰ্চৰ পৰা ৩ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে ঢকুৱাখনাত অনুষ্ঠিত হব ক্ৰীড়া … Read More

“আন্তৰ্জাতিক নাৰী দিৱস” Happy International Women’s Day.

আজি ৮ মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ বিশ্বতে আজিৰ দিনটোতে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। এই … Read More

সূৰ্যাস্তৰ সময়ত ভুলটো এইকেইটা কাম কৰিব নালাগে।

আমাৰ দৈনন্দিন জীৱনত কিছু কাম সূৰ্যাস্তৰ যোৱা পিছত কৰিব নালাগে। জানো আহক সূৰ্যাস্তৰ সময়ত কি কি কৰিব নালাগেঃ- ক) সূৰ্যাস্তৰ সময়ত ভোজন গ্ৰহণ কৰিব নালাগে। খ) সূৰ্যাস্তৰ সময়ত কেতিয়াও বিছনাত … Read More

অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তি কীৰ্তিনাথ শৰ্মা বৰদলৈৰ জীৱন যাত্ৰাঃ

কীৰ্তিনাথ শৰ্মা বৰদলৈ অসমৰ এগৰাকী সংগীতজ্ঞ, সুৰকাৰ আৰু গীতিকাৰ আছিল। তেখেত অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথমজন ব্যক্তি। ১৮৭৮ চনৰ ৭ নৱেম্বৰত দৰং জিলাৰ কুৰুৱা গাঁৱত কীৰ্তিনাথ শৰ্মা বৰদলৈৰ জন্ম … Read More