৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam May 1/2023:-  1. আনুষ্ঠানিকভাৱে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পালে ব্ৰেইল হেমকোষে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ BKB হলত গীনিজ কৰ্তৃপক্ষই প্ৰদান কৰে বিশ্ব অভিলেখৰ প্ৰমাণ-পত্ৰ। অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যপাল গুলাব চান্দ … Read More

সন্মিলিত গণশক্তি অসমৰ উদ্যোগত “শ্ৰমিক অভিৱৰ্তন”।

অহা ১ মে’ত সন্মিলিত গণশক্তি অসমৰ উদ্যোগত আৰু সন্মিলিত শ্ৰমিক শক্তিৰ সহযোগত “আন্তজাৰ্তিক শ্ৰমিক দিৱস” উপলক্ষ্যে গোগামুখ আবুতানি লত্তাত এখনি “শ্ৰমিক অভিৱৰ্তন” আয়োজন কৰিছে। সন্মিলিত গণশক্তি অসমৰ ষষ্ট ত্ৰি-বাৰ্ষিক অধিৱেশনত … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam March 18/2023:-  1. ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডক লৈ সৰৱ চৰ্চা। ধেমাজি জিলাৰ গোগামুখৰ নিৱাসী এগৰাকী অধ্যাপকৰ বাবেই পোহৰলৈ আহিছিল মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ড। তেওঁৰ নাম হৈছে … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam March 14/2023:-  1. মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ অসম আৰক্ষী। ঘটনা সন্দৰ্ভত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইপৰ্যন্ত ২২জনক আটক কৰা হৈছে। গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু … Read More

সন্মিলিত গণশক্তি অসমৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক আৰু সন্মিলিত নাৰীশক্তি অসমৰ তৃতীয় ত্ৰি- বাৰ্ষিক সাধাৰন অধিৱেশনৰ সবিশেষ।

সন্মিলিত গণশক্তি অসমৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক আৰু সন্মিলিত নাৰীশক্তি অসমৰ তৃতীয় ত্ৰি- বাৰ্ষিক সাধাৰন অধিৱেশন তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ঢকুৱাখনাৰ স্বৰ্গীয় তিতাৰাম গগৈ ক্ষেত্ৰত। প্ৰথমদিনা অৰ্থাৎ ১০ মাৰ্চ তাৰিখে সন্মিলিত … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com January 27/2023:-  1. বন অধিকাৰ আইন ২০০৬ অধীনত আজি গহপুৰৰ বৰপুখুৰী খেলপথাৰত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান। উক্ত অনুষ্ঠানত ১৫৮৮ টা জনজাতীয় পৰিয়ালক আনুষ্ঠানিক ভাৱে ভূমিৰ স্বত্ব প্ৰমাণ … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com January 9/2023:-  1. চাবুৱাৰ মৰিছা গাঁৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মৰিছাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ। মুকলি সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। 2. ১০ জানুৱাৰী অৰ্থাৎ … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com December 27/2022:-  1. আজি হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ ২০ সংখ্যক মৃত্যুবাৰ্ষিকী। চানমাৰিৰ শ্বহীদ উদ্যানত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হৈছে। প্ৰতিবছৰে … Read More

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com November 14/2022:- 1. আজিৰে পৰা মুকলি হ’ল মিছন বসুন্ধৰা-২.০ শংকৰদেৱ কলাক্ষেত্ৰত ‘মিছন বসুন্ধৰা’ শুভাৰম্ভণি অনুষ্ঠান। উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মিছন বসুন্ধৰা ২.০ ৰ অধীনত সাধাৰণ চৰকাৰী … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Rnewsindia24.com October 19/2022 :-  1. কংগ্ৰেছে লাভ কৰিলে নতুন সভাপতি। ২৪ বছৰৰ পিছত কংগ্ৰেছ দলৰ নেতৃত্ব গ’ল এজন ‘অ-গান্ধী’ লোকৰ হাতলৈ। মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছৰ নতুন সভাপতি। মল্লিকাৰ্জুন খৰ্গে লাভ কৰিলে … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Rnewsindia24.com October 14/2022:-  1. পুৱাই নীলাচলত উপস্থিত হৈ মা কামাখ্যাৰ আশীৰ্বাদ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত ৰাষ্ট্রপতি দ্রৌপদী মুৰ্মু। উপস্থিত থাকে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত … Read More

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Rnewsindia24.com September 27/2022 :- 1. NDFB ৰ নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০০৮ চনৰ ৩০ অক্টোবৰৰ ভয়ংকৰ বোমা বিস্ফোৰণৰ মূল অভিযুক্ত আছিল ৰঞ্জন দৈমাৰী। … Read More