ত্ৰিফলাৰ ঔষধী গুণ আৰু উপকাৰীতা।

ত্ৰিফলা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি। ত্ৰিফলা খালে শৰীৰৰ বহু বেমাৰ নাশ হয়। ত্ৰিফলা হৈছে তিনিটা ফলৰ সমাহাৰ। যেনে- আমলখি, ভোমোৰা, শিলিখা। ত্ৰিফলত ভিটামিন চি, খনি, এমিনো এচিড, এণ্টিঅক্সিডেণ্ট ফেনল, … Read More

কুঁহিয়াৰ ৰস খায় ভাল পাই নেকি ? কুঁহিয়াৰ ৰস কি কি ৰোগত ব্যৱহাৰ কৰা হয় জানে নে ?

কুঁহিয়াৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কুঁহিয়াৰ ৰসে আমাৰ দেহৰ বহু মাৰাত্মক ৰোগ নিৰাময় কৰে। কুঁহিয়াৰ কেলচিয়াম, ক্ৰমিয়াম, কোবাল্ট, ক’পাৰ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটেছিয়াম, জিংক,ভিটামিন-এ, বি-1, বি-2, বি-3, বি-5, … Read More

মাজে সময়ে আপোনাৰ পেট বিষ হয় নেকি, কিয় এনে হয় জানেনে ? পেটৰ বিষ নিৰাময় কৰা ঘৰুৱা উপায় কি কি আছে ?

পেট বিষ প্ৰায় সকলোৰে কম বেছি পৰিমানে হয়। কিন্তু কিয় হয়, কি কাৰনে হয় হয়তো আমি দুই এটা কাৰন হে জানো। প্ৰথমে জানো আহক পেট বিষৰ কাৰন সমূহঃ 1. আহাৰ … Read More

মূৰৰ বিষ কি কি কাৰনত হব পাৰ, আপুনি জানে নে ?

অত্যধিক চিন্তা আৰু প্রকাশ কৰিব নোৱাৰা উত্তেজনা, খোৱা-বোৱা আৰু শৌচ-প্ৰসাৱ অনিমীয়া হ’লে, স্নায়বিক দুৰ্বলতা থাকিলে, মূৰত আঘাত পালে,গভীৰ চিন্তা-চৰ্চা, উদ্বেগ, ছাইনাছিইটিছ, চকুৰ অসুখ আদি থাকিলে আমাৰ মূৰৰ বিষ হয়। মূৰৰ … Read More

কেন্সাৰ, ডায়েবেটিছ, পিত্তদোষ, অম্লপিত্ত, তেজ গ্ৰহণী, ৰক্তপিত্ত, যকৃত ৰোগ, বমি, হাপানী আদি ৰোগৰ পৰা বাচিবলৈ খাওক এই বিধ ফল।

আমলখি প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্যান্য এন্টি অক্সিডেন্টৰে ভৰপূৰ। কেন্সাৰ, ডায়েবেটিছ, পিত্তদোষ, অম্লপিত্ত, তেজ গ্ৰহণী, ৰক্তপিত্ত, যকৃত ৰোগ, বমি, হাপানী আদি ৰোগৰ বাবে আমলখি অতি উত্তম। প্ৰতিদিনে পুৱা খালী … Read More

নিশা মধুৰ নিদ্ৰাত মগ্ন হবলৈ বৰ্জন কৰক এইকেইবিধ খাদ্য।

আমি সকলোৱে স্বাস্থ্যৱান হৈ থাকিব বিচাৰো, ধুনীয়া হৈ থাকিব বিচাৰোঁ, দীৰ্ঘদিন জীয়াই থাকিব বিচাৰোঁ নহয় নে ? তাৰ বাবে লাগিব আমাক স্বাস্থ্যকৰ খাদ্য। এনে খাদ্য খালেহে আমাৰ শৰীৰটো সুস্থ হৈ … Read More

গৰমৰ দিনত ৰ’দৰ পৰা আপোনাৰ মৰমৰ গালখন কেনেকৈ সজাই ৰাখিব।

উস্ঃ যি গৰম। একো কামকে কৰিব, কোনোফালে ওলাইয়ো যাব নোৱাৰি। বাহিৰলৈ ওলালেও ৰ’দে পুৰি শেষ কৰি দিয়ে। সাম্প্ৰতিক সময়ত সকলোৰে ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ নিজৰ কামত ওলাই যাব লগা হয়। ৰ’দত … Read More

চুলিঃ নাৰী সৌন্দৰ্য ক’ত ? কেনে ৰূপৰ নাৰীৰ প্ৰতি পুৰুষ আকৰ্ষিত হয় ?

নাৰীৰ সৌন্দৰ্য চৰ্চা চুলিৰ সাজ-সজ্জাৰ অবিহনে কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। যি জনী ছোৱালীৰ চকু, চেলাউৰি, মুখমণ্ডল, দেহৰ বৰন, লাহী ককাঁল পঢ়াই-শুনাই, ৰূপে-গুনে সকলোবোৰ আছে সেইজনী ছোৱালীক প্ৰত্যেকজন পুৰুষে ভাল পাই … Read More