চুলি, প্ৰস্ৰাৱ, কৃমি, মাহেকীয়া, উচ্চ ৰক্তচাপ আৰু পুৰুষৰ যৌন সমস্যাৰ এই প্ৰতিবেদন।

জৱা ফুল সৌন্দৰ্য চৰ্চাৰ লগতে আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। জৱাফুলত এণ্টিবেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী, এণ্টিঅক্সিডেণ্ট, ফ্লেভোনইড, ফেনোলিক যৌগ, এণ্টোচাইনিন, ফেটি এচিড আদি বিভিন্ন পুষ্টিতত্বৰে ভৰপূৰ। জৱাফুলক ইংৰাজীত Chinese hibiscus, China rose … Read More

ব্ৰকলিৰ উপকাৰীতা আৰু অপকাৰীতা।

ব্ৰকলি এক সুস্বাদু আৰু পুষ্টিকৰ পাচলি। আপুনি ব্ৰকলি খায় নে ? ব্ৰকলি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। ব্ৰকলি খালে দেহৰ বহু বেমাৰ নাশ হয়। ব্ৰকলিত এণ্টিঅক্সিডেণ্ট, মেগনেচিয়াম, জিংক, কপাৰ, খনিজ পদাৰ্থ, … Read More

কলৰ বাকলিত কি কি ঔষধী গুণ আছে ? কল বাকলি কি কি বেমাৰত ব্যৱহাৰ কৰা হয় ?

কল স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী, ঠিক তেনেকৈ কলৰ বাকলিও স্বাস্থ্যৰ বাবে উপকাৰী। কলৰ বাকলিত এণ্টি অক্সিডেণ্ট, ভিটামিন এ, বি, চি, ই, পটাছিয়াম, জিংক, আয়ৰণ আৰু মেংগানিজ থাকে। কলৰ বাকলিয়ে বহু … Read More

জিকাৰ এই মহান গুণৰ বিষয়ে আপুনি জানে নে ?

সুস্থ-অসুস্থ সকলো লোকেই নিয়মীয়াকৈ খাব পৰা পাচলি বিধেই হৈছে জিকা। জিকাক ইংৰাজীত Ridged gourd বুলি কোৱা হয়। জিকাত থকা উপাদানবোৰ হৈছে- প্ৰ’টিন, চৰ্বি, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰন, ছডিয়াম, পটাছিয়াম, … Read More

তুলসীৰ এই মহান গুণৰ বিষয়ে আপুনি জানে নে ? কি কি ৰোগত তুলসী ব্যৱহাৰ কৰিব লাগে ?

“তুলনা নাস্তি অথৈৰ তুলসী” অৰ্থাৎ যাৰ গুণৰ তুলনা নাই, সেয়াই হৈছে তুলসী। তুলসীক লক্ষ্মীস্বৰূপা বুলি কোৱা হয়। তুলসী এবিধ ঔষধি গুণসম্পন্ন গছ। তুলসীক ইংৰাজীক “Holy Basil” বুলি কোৱা হয়। তুলসীৰ … Read More

মূত্ৰাশয়ৰ কেঞ্চাৰ, পাকস্থলী ক’লনৰ কেঞ্চাৰ, মাল্টিপ’ল মায়েলমা, উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিচ আদি মাৰাত্মক ৰোগৰ পৰা বাচিবলৈ কি কৰিব ?

কেঞ্চাৰ, প্ৰষ্টেট, মূত্ৰাশয়ৰ কেঞ্চাৰ, পাকস্থলী ক’লনৰ কেঞ্চাৰ, মাল্টিপ’ল মায়েলমা, উচ্চ ৰক্তচাপ, কলেষ্টেৰল, ডায়েবেটিচ আদি ৰোগৰ বাবে নহৰু অতি উত্তম। নহৰু উষ্ণ বীৰ্য, পুষ্টিকাৰক, হজমবৰ্ধক। ইংৰাজী নহৰুক “Garlic root” বুলি কোৱা … Read More

আপোনাৰ প্ৰিয় “চাহ” কাপে কি কি মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰে জানে নে?

চাহকাপঃ পুৱাৰ চাহকাপৰ পৰাই দিনটোৰ আৰম্ভণি হয়। আমাৰ প্ৰায় সকলোৰে চাহকাপ প্রিয়। মোৰ আকৌ পুৱাই চাহকাপ নহলেই নহয়। যেতিয়া আমি ভাগৰুৱা হৈ পৰো, তেতিয়া প্ৰথমে মনলৈ আহে একাপ চাহৰ কথা। … Read More

কেঞ্চাৰ বা মানসিক ভাৰসাম্য জনিত সমস্যাত যদি ভুগি আছে অতিশীঘ্ৰে এইবিধ ফল খাওঁক।

কঁঠাল গুটিঃ উসঃ বৰ গৰম! তথাপিও বতৰৰ ফলবোৰ নোখোৱাকৈ থাকিব পাৰো নে? মোৰ আটাইতকৈ প্ৰিয় ফলবিধ হৈছে কঁঠাল। এতিয়া কঁঠালৰ বতৰ, যিমান পাৰে সিমান খাওঁক ৰাইজ। আপুনি জানে নে কঁঠাল … Read More

১০১ বিধ ঔষধিগুনযুক্ত এই কলডিল খাওঁক আৰু নিজকে সুস্থ সবল কৰি ৰাখক।

কলগছ আমাৰ জাতীয় জীৱনৰ অপৰিহাৰ্য্য অংগ বুলি কব পাৰি। বিয়া, সবাহ, সকাম,পূজা, আদৰণি-তোৰণ, সভা-সমিতি আদি সকলো শুভ কামতে কলগছ ব্যৱহাৰ কৰো। কলগছৰ প্ৰতিটো অংশই মানৱৰ হিতাৰ্থে ব্যৱহৃত হয়। কলপাতত ভগবানলৈ … Read More