Mising Autonomous Council .
ব্ৰকলি এক সুস্বাদু আৰু পুষ্টিকৰ পাচলি।
আপুনি ব্ৰকলি খায় নে ?
ব্ৰকলি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী।
ব্ৰকলি খালে দেহৰ বহু বেমাৰ নাশ হয়।
ব্ৰকলিত এণ্টিঅক্সিডেণ্ট, মেগনেচিয়াম, জিংক, কপাৰ, খনিজ পদাৰ্থ, কেলচিয়াম, আইৰণ, বিটা কেৰোটিন, ভিটামিন-এ, ফছফৰাছ , ভিটামিন-চি, ভিটামিন-ই আদিৰে ভৰপূৰ।
ব্ৰকলিৰ বৈজ্ঞানিক নাম Brassica oleracea .
জানো আহক ব্ৰকলি শৰীৰৰ বাবে কিমান উপকাৰীঃ
1. ব্ৰকলি খালে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
2. ব্ৰকলি চকু আৰু ছালৰ বাবে অতি উপকাৰি।
3. ব্ৰকলিয়ে তেজত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰে।
4. ব্ৰকলি খালে হাড় শক্তিশালী হয়।
5. ব্ৰকলিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
6. এলাৰ্জিৰ সমস্যা সমাধানৰ বাবে ব্ৰকলি এক উত্তম খাদ্য।
7. হৃদৰোগৰ বাবে ব্ৰকলি উপকাৰী।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে ব্ৰকলি খাওঁক আৰু নিৰোগী হৈ থাকক।
Mising Autonomous Council.
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।

News Editor Sangita Dutta R News India 24