ৰবাব টেঙা কিয় খাব লাগে ? ৰবাব টেঙাত কি কি ঔষধী গুণ আছে ?

ৰবাব টেঙা স্বাস্থ্যৰ অতি উপকাৰী। ৰবাব টেঙাই আমাৰ দেহৰ বহু বেমাৰ নাশ কৰে। আঘোন মাহত পথাৰত বহি ৰবাব টেঙা খোৱাৰ মজাই বেলেগ। এই টেঙা বিধৰ ইংৰাজী নাম pomelo fruit আৰু … Read More

মূলা কি কি ৰোগত কেনেকৈ ব্যৱহাৰ কৰা হয় ?

মূলা স্বাস্থ্যৰ বাবে অতি উপকাৰি। মূলা খালে আমাৰ দেহৰ বহু বেমাৰ নাশ হয়। মূলাত প্ৰটিন, ভিটামিন চি, এ, খনিজ দ্ৰব্য, কাৰ্ব’হাইড্ৰেট, কেলচিয়াম, ফছফৰাছ, আয়ৰণ, ছডিয়াম, পটাছিয়াম, আই ইউ থায়মিন, ৰাইব’ফ্লেভিন, … Read More

জামুত কি কি ঔষধী গুণ আছে ? কি কি ৰোগত জামু ব্যৱহাৰ কৰা হয় ?

জামু স্বাস্থ্যৰ বাবে উপকাৰি। জামু খালে বহু বেমাৰ নিৰাময় হয়। জামুৰ বৈজ্ঞানিক নাম Syzygium cumini . জামুত আইৰন, প্ৰটিন, শৰ্কৰা, ভিটামিন- A, B, C, প্ৰটিন, কেলছিয়াম, কাৰ্বহাইড্ৰেট, গ্লুক’জ আদিৰে ভৰপূৰ। … Read More

খেজুৰ খালে কি কি উপকাৰ হয় ? খেজুৰত কি কি ঔষধি গুণ আছে ?

খেজুৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। খেজুৰে বহু বেমাৰ নিৰাময় কৰে। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। খেজুৰৰ বৈজ্ঞানিক নাম Phoenix dactylifera. খেজুৰত থাকে ভিটামিন এ, ভিটামিন … Read More

গুৰত কি কি ঔষধি গুণ আছে ? গুৰ কিয় কম পৰিমানে হলেও নিয়মীয়াকৈ খাব লাগে ?

গুৰ আমাৰ শৰীৰৰ বাবে উপকাৰী। বিহুৰ পিঠাপনা, জলপানৰ পৰা আদি কৰি বিভিন্ন দিশত গুৰ ব্যৱহাৰ হয়। গুৰ খালে বহু বেমাৰ নিৰাময় হয়। গুৰত থকা উপাদান সমূহ হৈছে- কেলৰি, চুক্ৰজ, ফ্ৰাক্টোচ, … Read More

শৰতৰ শেৱালী জোপাৰ কি কি ঔষধী গুণ আছে জানে নে ?

শৰৎ মানেই শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুবাস। শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা। শেৱালিক ইংৰাজীত Night-flowering Jasmine বুলি কোৱা হয় আৰু বৈজ্ঞানিক নাম Nyctanthes arbor-tristis. লেটিন ভাষাত Nyctanthes ৰ অৰ্থ … Read More

পচতীয়াত কি কি ঔষধী গুন আছে ? পচতীয়াই কি কি বেমাৰ নিৰাময় কৰে জানে নে ?

পচতীয়া আমাৰ দেহৰ বাবে অতি উপকাৰি। পচতীয়াই আমাক বহু বেমাৰৰ পৰা বচাই ৰাখে। পচতীয়াৰ ইংৰাজী নাম Indian Pivet আৰু বৈজ্ঞানিক নাম হৈছে Vitex Negude ইয়াৰ তিতা, কেঁহা, জলা ৰস থাকে। … Read More

বৃক্কত পাথৰ, মূৰত ওকণি, কেঁচুমূৰীয়া, পিত্তৰ পাথৰ, কৰ্কটৰ উপৰিও কি কি ৰোগত দুপৰটেঙা ব্যৱহাৰ কৰা হয় ?

দুপৰটেঙা ঔষধি গুণেৰে পৰিপুষ্ট। দুপৰটেঙা স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। দুপৰটেঙাৰ বৈজ্ঞানিক নাম হৈছে Kalanchoe pinnata দুপৰ টেঙাপাতবোৰ ডিম্বাকৃতি আৰু ওপৰৰ ফালে বৃত্তাকাৰ হয়। পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে দুপৰ … Read More

ঢেকীয়াত কি কি ভিটামিন আৰু কি ঔষধি গুণ আছে ?

ঢেকীয়াঃ অসমীয়া সমাজত অতি জনপ্ৰিয় শাক। ঢেঁকীয়া, মাগুৰ মাছ আৰু ঔ টেঙাৰ জোলকনৰ সোৱাদেই সুকীয়া। ঢেকীয়া- প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, … Read More

কেঞ্চাৰ, হৃদৰোগ, গ্ল’কমা, কেটেৰেক্ট, মেকুলাৰ ডিজেনেৰেচন, এচিডিটি আদি ৰোগৰ পৰা পিয়াঁজে আপোনাক বচাব পাৰে। কেনেকৈ জানে নে ?

পিয়াঁজ আমাৰ স্বাস্থ্য বাবে বহুত উপকাৰী। কৰ্কট ৰোগ, গ্ল’কমা, কেটেৰেক্ট,মেকুলাৰ ডিজেনেৰেচন, শৌচ ,এচিডিটি, পেটৰ বিষ, কাহ, কফ, হাৰ্টৰ সমস্যা আদিৰ বাবে পিয়াঁজ অতি উত্তম। পিয়াঁজত থকা ভিটামিন সমূহ হৈছে- ফ’লেট, … Read More

তুলসীৰ এই মহান গুণৰ বিষয়ে আপুনি জানে নে ? কি কি ৰোগত তুলসী ব্যৱহাৰ কৰিব লাগে ?

“তুলনা নাস্তি অথৈৰ তুলসী” অৰ্থাৎ যাৰ গুণৰ তুলনা নাই, সেয়াই হৈছে তুলসী। তুলসীক লক্ষ্মীস্বৰূপা বুলি কোৱা হয়। তুলসী এবিধ ঔষধি গুণসম্পন্ন গছ। তুলসীক ইংৰাজীক “Holy Basil” বুলি কোৱা হয়। তুলসীৰ … Read More

ঋতুস্ৰাৱকে ধৰি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰান পাবলৈ নিয়মীয়াকৈ এনেদৰে খাওঁক মানিমুনি।

মানিমুনিঃ হৈছে মগজুৰ সতেজতা, সক্ৰিয়তা স্মৃতিশক্তি আদি গুণ সম্পন্ন। মানিমুনিত মেলিক এচিড, এচকৰ্বিক এচিড, মেডেছিয়েটিক এচিড, ব্ৰাহ্মীনোচাইড, ভিটামিন-বি আৰু বহুতো খনিজ পদাৰ্থ পোৱা যায়। জানো আহক মানিমুনিয়ে আমাৰ দেহত কি … Read More