ত্ৰিফলাৰ ঔষধী গুণ আৰু উপকাৰীতা।

ত্ৰিফলা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি। ত্ৰিফলা খালে শৰীৰৰ বহু বেমাৰ নাশ হয়। ত্ৰিফলা হৈছে তিনিটা ফলৰ সমাহাৰ। যেনে- আমলখি, ভোমোৰা, শিলিখা। ত্ৰিফলত ভিটামিন চি, খনি, এমিনো এচিড, এণ্টিঅক্সিডেণ্ট ফেনল, … Read More

পূৰৈ শাকত কি কি ঔষধী গুন আছে ?

পূৰৈ শাক আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। পূৰৈ শাক খালে মহামাৰী কৰ্কট ৰোগ, এনিমিয়া ৰোগ কে ধৰি বিভিন্ন বেমাৰৰ পৰা বাছি থাকিব পাৰি। পূৰৈ শাক দাইলৰ লগত আঞ্জা বনাই খাব পাৰি, … Read More

টেঙামৰাৰ ঔষধী গুণসমূহৰ বিষয়ে জানে নে ?

টেঙামৰা আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। টেঙামৰাই দেহৰ বহু বেমাৰ নিৰাময় কৰে। টেঙামৰাত ভিটামিন চি অধিক পৰিমানে থাকে বাবে শৰীৰৰ বাবে অতি উত্তম। টেঙামৰাক ইংৰাজীত Roselle বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক … Read More

কলমৌ শাকত কি কি ভিটামিন আৰু ঔষধি গুণ আছে ?

কলমৌ শাক ঔষধি গুণেৰে পৰিপূৰ্ণ ৷ এইবিধ শাক আমাৰ স্বাস্থ্য বাবে অতি উপকাৰী। কলমৌ শাকে আমাক বহু বেমাৰৰ পৰা বচাই ৰাখে। কলমৌ শাকক ইংৰাজীত water spinach, river spinach আদি বিভিন্ন … Read More

ঢেকীয়াত কি কি ভিটামিন আৰু কি ঔষধি গুণ আছে ?

ঢেকীয়াঃ অসমীয়া সমাজত অতি জনপ্ৰিয় শাক। ঢেঁকীয়া, মাগুৰ মাছ আৰু ঔ টেঙাৰ জোলকনৰ সোৱাদেই সুকীয়া। ঢেকীয়া- প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, … Read More

হৃদৰোগ, নিউমোনিয়া, গ্ৰহনী – এনে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰান পাবলৈ খাৱক মছন্দৰী ।

মছন্দৰীঃ অসমীয়া সমাজৰ এবিধ প্ৰচলিত শাক। মছন্দৰী খাই আপুনি কেনে পাই? মছন্দৰী হৈছে বহল পাতেৰে মাটিত বগাই যোৱা এবিধ লতা জাতীয় ঔষধিযুক্ত বন-উদ্ভিদ। ইংৰাজীত Chameleon Plant বা Fish mint বুলি … Read More